নগাঁৱত ড্ৰাগছ সেৱনকাৰীক ৰাইজৰ গৰু পিতনl

0

নগাঁৱত ড্ৰাগছ সেৱনকাৰীক ৰাইজৰ গৰু পিতন চাৰিটা ড্ৰাগছ সেৱনকাৰীক গোৰুলাগোৰুলকৈ পিটি আৰক্ষীক গটালে ৰাইজে নগাঁও চহৰৰ দাঁতি-কাষৰীয়া চেচামুখ গাঁৱত সংঘটিত হৈছে এই ঘটনাটো গাঁওখনত বহু দিনৰ পৰা ড্ৰাগছ ৰ ঘাটিলৈ ৰূপান্তৰ কৰি একাংশ যুৱকক ড্ৰাগছ খাবলৈ উদ্গনি যোগাই অহা চাৰি যুৱকক ৰাইজে হাতে লুটে ধৰি আৰক্ষীক চমজাই দিয়ে দিপাংকাৰ শইকীয়া, প্ৰশান্ত দাস, পবিত্ৰ বৰা আৰু বসন্ত কুমাৰ কলিতা নামৰ যুৱক কেইজনে ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ, টেমা আদি ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক গটাই দিয়ে। বৰ্তমান চাৰি ড্ৰাগছ সেৱনকাৰী নগাঁও ইটাচালি আৰক্ষী চকীৰ আলহী

Leave A Reply

Your email address will not be published.