গুৱাহাটীৰ আই টি এ মাচ খোৱাত মিষ্টাৰ এণ্ড মিছ নৰ্থ ইষ্ট লাইম লাইট নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতালৈ মডেলক আমন্ত্ৰণ জনাই বৰাকৰ ল’ৰা হেনাস্হাৰ শিকাৰ।
গুৱাহাটীৰ আই টি এ মাচ খোৱাত মিষ্টাৰ এণ্ড মিছ নৰ্থ ইষ্ট লাইম লাইট নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতালৈ মডেলক আমন্ত্ৰণ জনাই বৰাকৰ ল’ৰা হেনাস্হাৰ শিকাৰ। যোৱা ২৪ আগষ্টত গুৱাহাটীৰ মাচ খোৱাটত মিষ্টাৰ এণ্ড মিছ নোটিচ লাইম লাইট নামৰ এটা বিউটি প্ৰেজেণ্ট শ্ব’ অনুষ্ঠিত হৈছিল এই শ্ব’টো ইনস্পাইৰ গ্ৰুপ নামৰ এটা কোম্পানীয়ে পৰিচালনা কৰে আৰু ইয়াৰ পৰিচালক হৈছে দীপজ্যোতি শৰ্মা। এই শ্ব’টোত বৰাক এগৰাকী পেছাদাৰী মডেল আৰু ইফতিয়াৰ হুছেইনে সংবাদ মেল যোগেদি অভিযোগ কৰে । তেওঁক আমন্ত্ৰণ কৰি অপমান কৰা হৈছে। তেওঁ কয় যে আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁক কেতিয়াও মঞ্চত মাতি অনা নাছিল যদিও যোৱা ২০২২ চনৰ এই অনুষ্ঠানৰ তেওঁ চেম্পিয়ন মডেল।যেতিয়া তেওঁ পৰিচালক দীপজ্যোতি শৰ্মাক এই বিষয়ে সুধিছিল তেওঁ উত্তৰ দিয়া নাই। এই দৰে প্ৰেজেণ্টছ মডেলিং প্ৰগ্ৰেমত যিকোনো ব্যক্তিকোনো মডেলক শ্ব’ গৈ হাৰাশাস্তি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ইফতিখাৰ আলমে অনুৰোধ কৰে ।
তেওঁ কয় যে বৰাকৰ আন কোনো মডেলৰ লগত এনে অপমানজনক ঘটনা ঘটিব নালাগে।