ডিফুৰ KASA STADIUM ত আজিৰে পৰা আৰম্ভ হ’ব I League 3 ৰ Group D খেলসমূহ।
ডিফুৰ KASA STADIUM ত আজিৰে পৰা আৰম্ভ হ’ব I League 3 ৰ Group D খেলসমূহ।
বিয়লি ২ বজাত হাৰিয়ানাৰ Bhuna FC আৰু ৰাজস্থানৰ Jaipur Elite ৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ’ব। সন্ধিয়া ৭ বজাত দ্বিতীয়খন খেল কাৰ্বি আংলঙৰ Morning Star FC আৰু Mumbai Kenkre FC ৰ মাজত অনুষ্ঠিত হ’ব।
I League-3 ৰ D Group ত মুঠ ৫ টা দলে অংশ লব। ডিফুৰ উপৰি দেশৰ পাঁচখন গুৰুত্বপূৰ্ণ চহৰত I League ৰ আন Group ৰ খেলসমূহ অনুষ্ঠিত হ’ব।
I League ত অসমৰ পৰা একমাত্ৰ কাৰ্বি আংলঙৰ Morning Star FC য়ে অংশ লোৱাৰ সুবিধা লাভ কৰিছে। খেলসমূহ অনুষ্ঠিত কৰাৰ বাবে ডিফুত কাৰ্বি আংলং ক্ৰীড়া সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।