লামডিঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাত পতিত LPG গাড়ীl

0

লামডিঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাত পতিত LPG গাড়ী । দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হৈছে WB-51C-1383 গুৱাহাটীৰ পৰা হাফলং অভিমুখী আছিল দুৰ্ঘটনা গ্ৰস্ত গাড়ীখন। দুৰ্ঘটনাত গাড়ী চালক ৰঞ্জিত কুমাৰ হৈছে আহত। আহত চালকক লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি

Leave A Reply

Your email address will not be published.