এগৰাকী শিশুৰ প্ৰয়োজন হৈছে আপোনাৰ আৰ্থিক সাহায্যৰ।

0

মৰিগাঁও জিলাৰ বৰবৰী পঞ্চায়তৰ অন্তৰ্গত বহলাৰমুখ গাঁৱৰ হানিফা ইছলামৰ ১৬ মহীয়া কন্যা শিশু পাৰবিনা চুলতানা বিগত এটা বছৰে ভুগিছে এক জটিল ৰোগত।পিতৃ-মাতৃৰ আৰ্থিক অৱস্থা বেয়া হোৱা কাৰণে বৰ্তমান উপায়হীন হৈ পৰিছে পৰিয়ালটো।অসমৰ বিভিন্ন ঠাইত চিকিৎসা কৰোৱাৰ পাছত এতিয়া শিশুটিক বহিঃ ৰাজ্যত চিকিৎসা প্ৰদান কৰাৰ প্ৰয়োজন হৈছে যদিও কোনো মতে পৰিয়াল পুহপাল দিয়া পিতৃ-মাতৃৰ হাতত নাই পৰ্য্যাপ্ত ধন।শিশুটিৰ পিতৃ হানিফা ইছলামে সংবাদ মাধ্যমৰ জৰিয়তে সকলোৰে পৰা অলপ সহায় বিচাৰি অনুৰোধ জনাইছে।যদি কোনোবা সদাশয় ব্যক্তিয়ে শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে 9864294280 ফোন পে নম্বৰ বা পিতৃৰ একাউণ্ট নম্বৰ 005710075010CIF নম্বৰ: 6061921223’ত
দিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.