নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱস
কামৰূপৰ দলিবাৰিত হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনঅসমৰ লোক সংস্কৃতিৰ অন্যতম্ ধ্বজাবাহক নাগাৰা নামে ধৰ্মীয় পৰম্পৰাৰ বানী সমাজত বিলাই আহিছে ।বৃহত্তৰ দলিবাৰি ৰাইজৰ সহযোগত হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে এখনি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয়নাগাৰা নাম সংঘৰ ধৰ্মালোচনী সভা উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাসেউক্ত সভাখনিত ৰামচৰণ ভৰালী , কৈলাশ তালুকদাৰকে আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাগাৰা নামৰ শিল্পী সকল উপস্থিত থাকে ।
