ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সপ্তম ত্ৰিবাৰ্ষিক অধিবেশন সম্পন্ন ।

0

ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সপ্তম ত্ৰিবাৰ্ষিক অধিবেশন সম্পন্ন ।
দলীয় কৰ্মী সকলোক ভাল ভাবে কাম কৰাৰ আহ্বান প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ ।

কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামৰ শ্বহীদ বেদীৰ কাষৰ সমুহীয়া ভবনত ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সপ্তম ত্ৰিবাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰে । উক্ত অধিবেশনতে ফকিৰাগ্ৰাম ব্লক বিপিএফৰ পুৰনি সমিতি ভংগ কৰি নতুনকৈ গঠন কৰে । এজামূল হকক সভাপতি আৰু পুলকেশ ৰায়ক সম্পাদক হিচাপে নিৰ্বাচিত কৰে । অধিবেশনত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম , বিটিছিৰ প্ৰাক্তনইএম দেৰহাসাৎ বসুমাতাৰী আদি । ইউপিপিএল বিপিএফৰ একত্ৰি কৰনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Leave A Reply

Your email address will not be published.