লামডিংৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ
লামডিংৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ প্ৰায় পাঁচ শতাধিক ১২ চকীয়া বাহন।ডিমাহাসাও জিলাত ১২ চকীয়া বাহনৰ প্ৰবেশত নিষিদ্ধ কৰাৰ ফলতে ৰাজ্য তথা বহিঃৰাজ্যৰ পৰা অহা প্ৰায় পাঁচ শতাধিক ১২চকীয়া বাহন লামডিংত আবদ্ধ হৈ আছে।জানিব পৰা মতে ডিমাহাছাও জিলাৰ মাহুৰ আৰু হৰঙাজাওৰ মাজত ৰাস্তা বেয়া হোৱাত আৰু ADRE পৰীক্ষাৰ বাবে ১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰ লৈকে জিলা খনত ৬ চকীয়া পৰা ১২চকীয়া বাহনৰ প্ৰৱেশত নিষিদ্ধ কৰিছিল জিলা প্ৰশাসনে।আজিৰ পৰা জিলা খনত আবদ্ধ হোয়া বাহন সমুহ জিলাখনত যাবলৈ অনুমতি দিছে যদিওবৰ্তমান ও বহু বাহন আবদ্ধ হৈ আছে।