তেজপুৰত নিশা এক ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি । এজন শ্ৰমিকক প্ৰহাৰ কৰাক লৈ ঘেৰাও কৰিলে কাৰখানা ।

0

তেজপুৰত অনা-অসমীয়া ব্যৱসায়ীয়ে বেংগলী সম্প্ৰদায় যুৱকক আক্ৰমণ। মাৰপিট কৰাৰ লগতে ভাঙিলে হাতত তথা মোবাইল ফোন।এজাহাৰ দাখিল তেজপুৰ সদৰ আৰক্ষী থানত । ইতিমধ্যেই বৰঘাট থানাৰ অন্তৰ্গত এইজন বিশাল ঘোষ তেওঁৰ ঘৰ ২নং দোলাবাৰিত । বিশাল ঘোষে প্ৰায় দুবছৰ ধৰি কাম কৰি আছিল অনা-অসমীয়া চিৰাজ বেদৰ দিষ্পজেল পাত – গিলাছ বনোৱা গুদামত।
বিশালে ১৯ তাৰিখ বৃহস্পতিবাৰে শৰীৰৰ অসুস্থ থকাৰ বাবে যাব পৰা নাছিল কামত, ২০ তাৰিখ শুক্ৰবাৰে যেতিয়া বিশাল ঘোষে কামত গৈছিল সেই সময়ত এইজন অনা অসমীয়া চিৰাজ বেদে কামত নাহাৰ বাবে মাৰপিট কৰি বিশালৰ হাতত থকা মোবাইলটো ভাঙি পেলায় লগতে ভাবুকিও প্ৰধান কৰাৰ এক গুৰুতৰ অভিযোগ কৰিছে বিশাল ঘোষে ।

Leave A Reply

Your email address will not be published.