0

উৎকট গৰমৰ মাজতে শিলচৰত স্বস্থিৰ বৰষুণ ।৩ দিনৰ প্ৰচন্ড গৰমৰ পাছত আজি হোৱা হঠাৎ ধুমুহা আৰু বৰষুণৰ ফলত স্বস্থিৰ নিশ্বাস পেলালে শিলচৰ সহ কাছাৰবাসী ৰাইজে ।ধুমুহাৰ ফলত জিলাৰ বিভিন্ন প্ৰান্তত উবালি পৰিল গছ ।

Leave A Reply

Your email address will not be published.