আজি Benefits wellness pvt.Ltm. সহযোগত সৰভোগস্থিত ব্ৰজসদন প্ৰেক্ষাগৃহত চিকিৎসা শিবিৰ আৰু সজাগতা সভা এখন সম্পন্ন হয়।
excerpt…
আজি Benefits wellness pvt.Ltm. সহযোগত সৰভোগস্থিত ব্ৰজসদন প্ৰেক্ষাগৃহত চিকিৎসা শিবিৰ আৰু সজাগতা সভা এখন সম্পন্ন হয়।
বিভিন্ন সমস্যাসমূহৰ বিষয়ে মত বিনিময় কৰা হয়। এই সজাগতা শিবিৰʼত North East Founder Mr. Rahamat Ali Sheikh ( Benefits wellness pvt Ltd) নেতৃত্বত আজিৰ এই স্বাস্থ্য শিবিৰ সমাপন কৰা হয়। শিবিৰত অঞ্চলটোৰ প্ৰায় দুই শতাধিক মানুহ উপস্থিত থাকে। North East Founder Mr. Rahamat Ali Sheikh জানিবলৈ দিয়ে যে, ইতিমধ্যে শিবিৰ, জৰিয়তে অঞ্চলটোৰ বহু লোক উপকৃত হৈছে। ৷ যত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে অংশগ্ৰহণ কৰে এই সজাগতা শিবিৰ খনত।
লগতে যিখিনি শিক্ষিত যুৱক, যুৱতী, সকলে ঘৰতে বহি নাথাকি সময় নষ্ট নকৰি Benefits wellness pvt. Ltd নামৰ কম্পেনী খনত কাম কৰিম বুলি ভাবিছে । তেন্তে সেইসকলৰ বাবে এয়া হ’ব পাৰে এক সূবৰ্ণ সুযোগ। আগ্ৰহী সকলে যদি যোগাযোগ কৰিব বিচাৰে তেন্তে আপোনালোকে 90851 24639 / 9957239976 যোগাযোগ কৰিব পাৰে।