যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চুৰি কাণ্ড

0

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চুৰি কাণ্ড কৰ্তব্যৰত অৱস্থাত থকা এম বি বি এচৰ শেষ বৰ্ষত অধ্যয়নৰত চিকিৎসকৰ বেগত হাত ভৰাই চোৰে লৈ যায় ম’বাইল ফোন ডাক্তৰ কেইগৰাকী একেলগে অ’টি ত সোমাবলৈ লওঁতেই বেগৰ পৰা লৈ যায় ম’বাইল ফোন ভূক্তভোগী ডাক্তৰগৰাকীয়ে যোৰহাট মেডিকেল কলেজ আউট পষ্টত দাখিল কৰে এজাহাৰ চিকিউৰিটীৰ সহায়ত এগৰাকী মহিলাৰ হাতত উদ্ধাৰ হয় ফোন আটক কৰিছে যোৰহাট মেডিকেল কলেজ আউট পষ্টে চুৰিকাণ্ড সংঘটিত কৰা মহিলাগৰাকীক

Leave A Reply

Your email address will not be published.