ডিগবৈ পাৱৈ চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
ডিগবৈ পাৱৈ চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।
ভাৰতীয় চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত এই প্ৰতিবাদ ।
২০ শতাংশ বোনাছ এটা কিস্তিত প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ ।
প্ৰচণ্ড গৰম কাম কৰিব লগা হোৱা শ্ৰমিক সকলক বিশেষ সুবিধা প্ৰদান কৰিবলৈ ও দাবী প্ৰতিবাদকাৰীৰ ।
হাত জোৰ কৰি আবেগিক হৈ ব্যৱস্থা গ্ৰহন কৰিবলৈ বাগিছা কৰ্তৃপক্ষক আহ্বান মহিলা শ্ৰমিকৰ