ধিং ধৰ্ষণ কাণ্ডৰ ন নতথ্য!
অসমৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি অসমত ইচ্ছ্যু ডাইভাৰ্ট
কৰাৰ ৰাজনীতি চলিছে অসমত কোনে ভাতৃঘাতী
সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি আৰু স্মাৰ্ট
মিটাৰ আন্দোলন কোন দিশে ধিং ধৰ্ষণ কাণ্ডৰ ন ন তথ্য!
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মোকাদ্দছ আলী মণ্ডল কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছো ।