দূৰ্গা পূজালৈ মাথো কেইটিমান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ।
দূৰ্গা পূজালৈ মাথো কেইটিমান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ।
এইবাৰ তেজপুৰতো দেখা গৈছে ব্যপক প্ৰস্তুতি। উলেখ্য যে, দূৰ্গা পূজালৈ কেইটামান দিন থকাৰ পূবে মৃত শিল্পসকলে প্ৰতিমা নিৰ্মাণৰ কাম দিনে ৰাতিয়ে প্ৰায় ১১ জন শিল্প খনিকৰে নিশা ২ বজালৈকে কাম কৰে । এইয়া হৈছে তেজপুৰ চহৰৰ অন্তৰ্গত বিহগুৰি কলিতাগাঁৱৰ দেৱী প্ৰতিমা নিৰ্মানৰ দৃশ্য।
যত প্ৰতিমা নিৰ্মাণৰ লগতে বিভিন্ন কলা সংস্কৃতিৰো কিছু কৃতিষ্টম্ভ ও নিৰ্মাণ কৰি ৰাখিছে । ইতিমধ্যেই, এইবাৰ এই বিহগুৰি কলিতা গাঁৱৰ পৰা মুঠ ৩৫ জনা দেৱী প্ৰতিমা তিনিটা মৌজালৈ স্থানান্তৰ কৰিব লগতে ভিন ভিন প্ৰতিমাৰ পূজাস্থলীৰ কমিটিয়ে প্ৰায় ৭০ হাজাৰ টকালৈ ক্ৰয় কৰিছে বুলি উলেখ কৰিছে শিল্প খনিকৰে।
আহকচোন এই সন্দৰ্ভত শিল্প খনিকজনে প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত আৰু অসমবাসীৰ বাবে কি মন্তব্য আগবঢ়ালে শুনো আহক।