হাটশিঙিমাৰী প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আচঁনি বাবে এখন বিশেষ সভাৰ আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰে

0

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত ৰবিবাৰৰ দিনা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আচঁনি নিৰ্বাচিত হোৱা আবেদন কাৰী সকলৰ বাবে বিশেষ এখন সভা অনুষ্ঠিত কৰে। আজি সভাত জিলা প্ৰশাসনে উপস্থিত হৈ সকলো beneficiary ৰ নিৰ্বাচিত হোৱা আবেদন কাৰী সকলক জিলা প্ৰশাসনৰ নিদেৰ্শমৰ্মে ২০৬ জনকৈ নিৰ্বাচিত হোৱা beneficiary ৰ সকলক যুবক যুবতীক জিলা প্ৰশাসনে তেখেতসকলক একগোট হৈ গুৱাহাটীলৈ যাবলৈ নিৰ্দেশ দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে হাটশিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা । আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক হৰেন তকবি । আৰু লগতে এ ডি ছি ৰিপন জ্যোতি নাথ আৰু লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ নিৰ্বাচিত অসম অভিযানৰ বিভিন্ন অঞ্চলৰ পৰা অহা একাংশ যুবক যুবতী সকল

Leave A Reply

Your email address will not be published.