Monthly Archives

September 2024

নগাঁৱৰ কচুৱাত কামপুৰ আৰু কচুৱা আৰক্ষীৰ

নগাঁৱৰ কচুৱাত কামপুৰ আৰু কচুৱা আৰক্ষীৰ অভিযান । অভিযানত চোৰাং তেল সহ এগৰাকী মহিলা আটক । ধৃত মহিলা গৰাকীৰ পৰা ১৫০০ লিটাৰতকৈ অধিক চুৰি তেল জব্দ কৰে আৰক্ষীয়ে । আটকাধীন মহিলাগৰাকীৰ আলিটাঙনীৰ আনোৱাৰা খাতুন । ধৃত মহিলা গৰাকীক

কচুৱাৰ জুৰিৰপাৰত নৈশ কাবাডী খেল প্ৰতিযোগিতা সম্পন্ন।

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ যুৱ মঞ্চৰ উদ্যোগত এক কালিন নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হয় উক্ত খেলখন। ১২খন দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত  নগাঁও এল ডি চি কাবাডী দল বনাম ডুন জুৰিৰপাৰ কাবাডী দলৰ মাজত

নগাঁও আইন মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনষ্ট

নগাঁও আইন মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনষ্ট চাৰিদিন ধৰি মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে কৰি আহিছে প্ৰতিবাদ। মহাবিদ্যালয়ৰ খনৰ বহু কেইটা বিষয়লৈ ন্যালয়ৰ দ্বাৰস্থ হৈছে ছাত্ৰ ছাত্ৰী সকল। ইয়াৰ মাজতে নিশা মহাবিদ্যালয়ৰ খনত এজন

পঞ্চায়তৰ সমষ্টি সমুহ পুণ: নিৰ্ধাৰন প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট সৰুপথাৰৰ দুখন গাঁৱৰ ৰাইজ।

পঞ্চায়তৰ সমষ্টি পুণ: নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ অসন্তোষ্ট সৰুপথাৰৰ দুখন গাঁৱৰ ৰাইজ।হয় পঞ্চায়তৰ সমষ্টি পুণ: নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ অসন্তোষ্ট সৰুপথাৰ সমষ্টিৰ আহোম জনগোষ্ঠীয় বসতি পূৰ্ণ কৰ্দ্দৈগুৰি আৰু ধনশিৰি পাৰা নামৰ দুখন গাঁৱৰ ৰাইজ।উল্লেখ্য

২০১৬ চনৰ পৰা ভূটানৰ গেলেফু কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বি

২০১৬ চনৰ পৰা ভূটানৰ গেলেফু কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বি (নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড)ৰ ৬ গৰাকী প্ৰাক্তন কেডাৰক মুকলি কৰি দিছে ভূটান কৰ্তৃপক্ষই।শুকুৰবাৰে সন্ধিয়া ভাৰত-ভূটান সীমান্তৰ গেলেফু প্ৰৱেশদ্বাৰত ছয়জন কেডাৰক গতাই

কোকৰাঝাৰ জিলাৰ অধিন পাৰউৰাত মলমূত্ৰ শোধন প্ৰকল্পৰ শুভ উদ্বোধন কৰে

মলমূত্ৰ শোধন প্ৰকল্পৰ শুভউদ্বোধন পাৰউৰাত ।কোকৰাঝাৰ জিলাৰ অধিন পাৰউৰাত মলমূত্ৰ শোধন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ।উক্ত প্ৰকল্পৰ জৰিয়তে কোকৰাঝাৰ সদৰ চহৰৰ লগতে ফকিৰাগ্ৰাম চহৰৰো মলমূত্ৰ সমুহ সগ্ৰহ কৰি শোধন কৰি মূল্যবান বস্তুলৈ ৰূপান্তৰিত কৰিব ।

আজিৰ ৰাশি ফল…..

মেষ ৰাশি - নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত

চয়দুৱাৰ আৰু পূব চয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্বহীদ দিৱস উৎযাপনl

চয়দুৱাৰ আৰু পূব চয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্বহীদ দিৱস উৎযাপনশ্বহীদ বীৰাঙ্গনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতিৰ বুকুৰ শোণিতেৰে ঐতিহ্যমণ্ডিত হোৱা গহপুৰত বিভিন্ন দল সংগঠনে উদযাপন কৰিছে শ্বহীদ দিৱস। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী,

পি এম বিশ্বকৰ্মা আচনিখনে সফলতাৰে এটা বছৰ সম্পূৰ্ণ কৰিলেl

নগাও পি এম বিশ্বকৰ্মা আচনিখনে সফলতাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে । শুক্ৰবাৰে সমগ্ৰ দেশৰ লগতে নগাঁৱতো আয়োজিত হয় পি এম বিশ্বকৰ্মা আচনিৰ বৰ্ষপূৰ্তি অনুষ্ঠান । নগাঁৱৰ পলিটেকনিকত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জলসম্পদ,সংসদীয় পৰিক্ৰমা

ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয়, ব্ৰাউন বেল্টl

ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয়, ব্ৰাউন বেল্ট। কোনোবা যদি আক্ৰমণ কৰে নাক মুখ ভাঙি ফ্লেট কৰি দিম । গিৱন খন্দাৰ আগত মোৰ ঘৰৰ খুটা এটা লৰাই চাওঁক । এইদৰে সকীয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নীৰ হোলোঙাপাৰ গিৱন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ