Monthly Archives

September 2024

মায়ঙত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত এজন সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ #

আজি দোপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ ৷ জানিব পৰা মতে মৰিগাৱৰ পৰা ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত ঝাৰগাৱৰ দৈপড়াৰ পেট্ৰল পাম্পৰ ওচৰত এক ভয়ংকৰ বাইক এক্সিডেণ্টৰ ঘটনা সংঘটিত হয় ৷

এইবাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সৰৱ হ’ল ট্ৰেডিং প্ৰসংগত ।

এইবাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সৰৱ হ'ল ট্ৰেডিং প্ৰসংগত ।অসমীয়া ৰাইজৰ ভূমিকা আৰু ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি অভিনেতা ৰবি শৰ্মাই ক'লে 'মই এইবোৰত নাই ' ।নতুন অসমীয়া ছবি 'ৰুদ্ৰ' ৰ শ্বুটিংৰ বাবে বোকাখাতত উপস্থিত হোৱা ৰবি

কামৰূপৰ বংশৰত ভাই ভাই মিস্ত্ৰী মজদুৰ সন্থাৰ উদ্যোগত প্ৰায় ২০০ জন মিস্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে…

আজি বিশ্ব খনিকৰ বিশ্ব কৰ্মা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বংশৰত ভাই ভাই মিস্ত্ৰী মজদুৰ সন্থাৰ উদ্যোগত প্ৰায় ২০০ জন মিস্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব কৰ্মা পূজা। লগতে এই পূজাত অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি

নাজিৰাৰ বালিঘাট ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা উদ্‌যাপন

আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি উদ্‌যাপন কৰা হৈছে বিশ্বকৰ্মা পূজা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰা বালিঘাটস্থিত শিক্ষানুষ্ঠান ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলটো উদ্‌যাপন কৰা হৈছে

ডিমহাছাৱাৰ হাফলঙত দেৱ শিল্পী ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন কৰা হয়।

ৰাজ্যৰ প্ৰতিটো কোণৰ লগত খাপ খুৱাই আজি পাহাৰীয়া জিলা ডিমহাছাৱাৰ হাফলঙত দেৱ শিল্পী ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন কৰা হয়। আজি পুৱাৰে পৰা হাফলং চহৰৰ প্ৰতিটো পূজা মণ্ডপত ৰাইজে বিশ্বকৰ্মাক পূজা কৰা দেখা যায়।

আজি মঙ্গলবাৰ ১৭ ছেপ্টেম্বৰ দিনা সমগ্ৰ দেশে পালন কৰিছে বিশ্বকৰ্মা পূজা।

আজি মঙ্গলবাৰ ১৭ ছেপ্টেম্বৰ দিনা সমগ্ৰ দেশে পালন কৰিছে বিশ্বকৰ্মা পূজা। এই বিশ্বকৰ্মা পূজা সকলোৱে আনন্দ কৰা দেখা যায়। হিন্দু ধৰ্মত বিশ্বকৰ্মা পূজাা মহত্ব অধিক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰেল নগৰী লামডিঙততো উদযাপন কৰা হয়

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

:আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইৰ বজাৰৰ বিভিন্ন ঠাইত বিদ্যুত বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব কৰ্মা পূজা।ধূপ-দ্বীপ, নৈবৈদ্য আৰু পুৰহিতৰ মন্ত্ৰ উচ্চাৰণৰে মুখৰিত হৈ পৰে

মৰিয়নিত অথলে গ’ল কৃষকৰ হাড়ভগা পৰিশ্ৰম।

মৰিয়নিত অথলে গ’ল কৃষকৰ হাড়ভগা পৰিশ্ৰম। বন্যহস্তীয়ে খাই তহিলং কৰিছে সেউজীয়া ধাননি পথাৰ:AV মৰিয়নিত হস্তী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ।গিৱন অভয়াৰন্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হাতীৰ পালে অনিষ্ট কৰিছে কৃষকৰ সজাল ধৰা ধাননি

হোজাই মোৰাঝাৰৰ বুৰুংগাতলি গাৱত অদ্ভুত ঘটনা

বিদ্যুত বিভাগে স্থাপন কৰা স্মাৰ্ট মিটাৰ খুলি মেনুৱেল মিটাৰ স্থাপন কৰি বিদ্যুত সংযোগ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ যুৱকধৃত যুৱকজন হোজাইৰ ভুকাওঁবস্তিৰ সৌৰভ ৰয় ধৃত যুৱকজনৰ কৱলৰ পৰা ছয়টা মেনুৱেল বিদ্যুত মিটাৰ উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে /যোৱা

বিশ্বকৰ্মা পুজাৰ দিনাই হোজাই নীলবাগানত অঘটন

নীলবাগান বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰী পিঙ্কুমনি শইকীয়া মৃতদেহ উদ্ধাৰ নীলবাগান বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উদ্ধাৰ মৃতদেটোশৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।