Monthly Archives

September 2024

হোজাই যোগিজানত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰl

হোজাই যোগিজানত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। প্ৰায় ১০ফুট দৈৰ্ঘৰ সাপ টোৱে হোজাই যোগিজান ঠিকাদাৰ বস্তি অঞ্চলত প্ৰায় ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। স্থানীয় লোকে অৱশেষত হোজাই বন বিভাগ খবৰ দিয়াত উপস্থিত হৈ ১০ফুট দঘ্যৰ অজগৰ সাপ তোক উদ্ধাৰ কৰি শিলডুবি

২০০৭ চনতে আৰম্ভ হোৱা দেশৰ আগশাৰীৰ একমাত্ৰ পেচাদাৰী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা

২০০৭ চনতে আৰম্ভ হোৱা দেশৰ আগশাৰীৰ একমাত্ৰ পেচাদাৰী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাI League ৰ এইবাৰ তৃতীয় সংস্কৰণ। ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ বাবে সুনিপুন ফুটবল যোদ্ধা সৃষ্টি কৰাই হৈছে I League ৰ প্ৰধান উদ্দেশ্য। ডিফুৰ KASA Stadium ত

আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিl

শ্ৰী মন্ত শংকৰ হৰি ভকতৰজানা যেন কল্পতৰু।তাহান্ত বিনাই নাহি নাহি নাহিআমাৰ পৰম গুৰু।। আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি

শিলচৰ ৰেল ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

শিলচৰ ৰেল ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শিলচৰ ৰেলৱে ষ্টেচনত আৰ পি এছ এফৰ এজন জোৱানে নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে আত্মহত্যা কৰিছে । শিলচৰ উপ-মুখ্য অভিযন্তাৰ কাৰ্যালয়ত কৰ্তব্যৰত আছিল উত্তৰ প্ৰদেশৰ বাসিন্দা সনোজ পাৱাৰ নামৰ এই আৰ পি এছ এফৰ

গুৱাহাটীৰ আই টি এ মাচ খোৱাত মিষ্টাৰ এণ্ড মিছ নৰ্থ ইষ্ট লাইম লাইট নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতালৈ মডেলক…

গুৱাহাটীৰ আই টি এ মাচ খোৱাত মিষ্টাৰ এণ্ড মিছ নৰ্থ ইষ্ট লাইম লাইট নামৰ সৌন্দৰ্য্য প্ৰতিযোগিতালৈ মডেলক আমন্ত্ৰণ জনাই বৰাকৰ ল'ৰা হেনাস্হাৰ শিকাৰ। যোৱা ২৪ আগষ্টত গুৱাহাটীৰ মাচ খোৱাটত মিষ্টাৰ এণ্ড মিছ নোটিচ লাইম লাইট নামৰ এটা বিউটি প্ৰেজেণ্ট

লামডিঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাত পতিত LPG গাড়ীl

লামডিঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাত পতিত LPG গাড়ী । দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হৈছে WB-51C-1383 গুৱাহাটীৰ পৰা হাফলং অভিমুখী আছিল দুৰ্ঘটনা গ্ৰস্ত গাড়ীখন। দুৰ্ঘটনাত গাড়ী চালক ৰঞ্জিত কুমাৰ হৈছে আহত। আহত চালকক লামডিং অসামৰিক

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ আজি দ্বিতীয় দিনাl

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ আজি দ্বিতীয় দিনা ডিফুত পূব কাৰ্বি আংলং জিলা বিজেপি কাৰ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই অভিযানৰ জৰিয়তে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি

নগাঁৱত ড্ৰাগছ সেৱনকাৰীক ৰাইজৰ গৰু পিতনl

নগাঁৱত ড্ৰাগছ সেৱনকাৰীক ৰাইজৰ গৰু পিতন চাৰিটা ড্ৰাগছ সেৱনকাৰীক গোৰুলাগোৰুলকৈ পিটি আৰক্ষীক গটালে ৰাইজে নগাঁও চহৰৰ দাঁতি-কাষৰীয়া চেচামুখ গাঁৱত সংঘটিত হৈছে এই ঘটনাটো গাঁওখনত বহু দিনৰ পৰা ড্ৰাগছ ৰ ঘাটিলৈ ৰূপান্তৰ কৰি একাংশ যুৱকক ড্ৰাগছ খাবলৈ

চৰকাৰী কাম কাজ সমূহ অনা অসমীয়াৰ পৰিবৰ্তে অসমীয়াক দিয়কl

চৰকাৰী কাম কাজ সমূহ অনা অসমীয়াৰ পৰিবৰ্তে অসমীয়াক দিয়ক পূৱ গুৱাহাটী টেন্ত হাউচ মালিক সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশন। বোন্দা স্থিত জনজাতীয় ক্ৰিয়া ও সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত দিন জোৰা কাৰ্যসূচিৰে অনুষ্ঠিত কৰা হৈছে অধিবেশন খন।

মৈৰাবাৰীত চুৰক মালা পিন্ধাই ৰাইজে দুই গভাইট চুৰক গতালে আৰক্ষীক।

মৈৰাবাৰীত চুৰক মালা পিন্ধাই ৰাইজে দুই গভাইট চুৰক গতালে আৰক্ষীক। অঞ্চলটোৰ বিভিন্ন ঠাইতবহু দিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা দুই গভাইত চোৰক ৰাইজে দৌৰাই ধৰি বান্ধি ফুলৰ মালা পিন্ধাই গতালে আৰক্ষীক। চুৰ দুটাৰ নাম আইজুল হক আৰু মুস্তাক আহমেদ।