Monthly Archives

September 2024

নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সমূহীয়া পদত্যাগl

নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সমূহীয়া পদত্যাগl নলবাৰী, ৩ ছেপ্টেম্বৰ : অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগৰ লগে লগে দলটোত আৰম্ভ হৈছে তীব্ৰ খহনীয়া। যোৱা পহিলা ছেপ্টেম্বৰত ৰিপুণ বৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী শীৰ্ষস্থানীয়

ডিফুৰ KASA STADIUM ত আজিৰে পৰা আৰম্ভ হ’ব I League 3 ৰ Group D খেলসমূহ।

ডিফুৰ KASA STADIUM ত আজিৰে পৰা আৰম্ভ হ'ব I League 3 ৰ Group D খেলসমূহ। বিয়লি ২ বজাত হাৰিয়ানাৰ Bhuna FC আৰু ৰাজস্থানৰ Jaipur Elite ৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। সন্ধিয়া ৭ বজাত দ্বিতীয়খন খেল কাৰ্বি আংলঙৰ Morning Star FC আৰু Mumbai

তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্য বিষক্ৰিয়া হৈ ৪৫ জনৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ অসুস্থ।

তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্য বিষক্ৰিয়া হৈ ৪৫ জনৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ অসুস্থ।ছাত্ৰ আবাসত পুৱাৰ ভাগত আহাৰত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ছাত্ৰ কেইজন। ছাত্ৰ কেইজনক ততাতৈয়াকৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয়।

উপাস্য দেৱতাৰ মন্দিৰ এৰি এইবাৰ স্মাৰ্ট চোৰৰ চকু শিক্ষা গ্ৰহণৰ মন্দিৰ বিদ্যালয়ত

স্মাৰ্ট চোৰৰ চকু বিদ্যালয়ৰ স্মাৰ্ট টিভি উপাস্য দেৱতাৰ মন্দিৰ এৰি এইবাৰ স্মাৰ্ট চোৰৰ চকু শিক্ষা গ্ৰহণৰ মন্দিৰ বিদ্যালয়ত স্মাৰ্ট চোৰৰ চকু বিদ্যালয়ৰ স্মাৰ্ট টিভি এই ঘটনা পোহৰলৈ আহিল মহানগৰী এখন বিদ্যালয়ৰ পৰা চোৰে চলোৱা চাফাই অভিযানৰ অন্তত

নাহৰকটীয়াত অৰ্জুন শ্ৰী ভূগেশ্বৰ বৰুৱা জন্ম দিন উপলক্ষে আয়োজন কৰা “অভিৰুচি ক্ৰীড়া…

নাহৰকটীয়াত অৰ্জুন শ্ৰী ভূগেশ্বৰ বৰুৱা জন্ম দিন উপলক্ষে আয়োজন কৰা "অভিৰুচি ক্ৰীড়া দিৱস"ত সামূহিক দৌৰ আৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ টচেন বৰা এ । আজি ইংৰাজী ৩ চেপ্তেম্বৰ ২০২৪ তাৰিখে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৰ্জুন শ্ৰী

বোকাখাতৰ গেলেকা বালিজানত অঘটনl

বোকাখাতৰ গেলেকা বালিজানত অঘটন । পুৱা বজ্ৰপাত পৰি গুৰুতৰভাবে আহত এগৰাকী মহিলা ।জোনমণি কালিন্দী(৩৫) নামৰ মহিলা গৰাকীয়ে ঘৰৰ ভিতৰত ভাত ৰান্ধি থকা অৱস্থাত বজ্ৰপাত পৰে ঘৰটোত ।সংকতজন অৱস্থাত আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় বোকাখাত কমলা মিৰি মহকুমা

বিশ্বনাথৰ সাধাৰু খেল পথাৰত কৃতী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

বিশ্বনাথৰ সাধাৰু খেল পথাৰত কৃতী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান অভিনন্দন অনুষ্ঠানটিৰ সৈতে মুকলি ঝুমইৰ হৈ যায় বিশ্বনাথৰ সাধাৰু খেলপথাৰত অনুষ্ঠািত হোৱা মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠানত দেওবাৰে সন্ধ্যা ৭ বজাত উপস্থিত হয় স্থানীয়

মৰিয়নিৰ চেলেংহাটস্থিত অইল মেস্ক কোম্পানীৰ তৈল ক্ষেত্ৰত আটছাৰ প্ৰতিবাদl

মৰিয়নিৰ চেলেংহাটস্থিত অইল মেস্ক কোম্পানীৰ তৈল ক্ষেত্ৰত আটছাৰ প্ৰতিবাদ: মৰিয়নিৰ অইল মেক্স কোম্পানীৰ তৈল ক্ষেত্ৰত পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।তৈল ক্ষেত্ৰৰ ভিতৰত কৰ্মচাৰী সকলৰ মাজত অসমীয়া ভাষাত কথা পতাত বাধা দিয়াৰ অভিযোগ

চিথিলাৰ সংকৰপাত অনূসূচীত জাতি সাংস্কৃতিক আৰু বিকাশ ভৱনৰ আধাৰশিলা স্থাপন।

চিথিলাৰ সংকৰপাত অনূসূচীত জাতি সাংস্কৃতিক আৰু বিকাশ ভৱনৰ আধাৰশিলা স্থাপন। কোকৰাঝাৰ জিলাৰ অধিন চিথিলাৰ সংকৰপাত আজি অনূসূচীত জাতি সাংস্কৃতিক আৰু বিকাশ ভৱনৰ আধাৰ শিলা স্থাপন কৰা হয়। আধাৰ শিলা স্থাপন কৰে ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ

ঐতিহ্যমণ্ডিত বোকাখাতৰ শ্ৰী শ্ৰী চিকন আতা থানৰ ৩৭৫ সংখ্যক তিথি উদযাপন।

ঐতিহ্যমণ্ডিত বোকাখাতৰ শ্ৰী শ্ৰী চিকন আতা থানৰ ৩৭৫ সংখ্যক তিথি উদযাপন। বোকাখাতৰ চিকন আতা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমূহ বোকাখাত বাসী ৰাইজৰ সহযোগত ৩৭৫ সংখ্যক মৃত্যু তিথি উদযাপন হয়।হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত বৈছে চিকন আতা