Monthly Archives

September 2024

এক ভয়ংকৰ ঘটনাই জোকাৰিছে লখিমপুৰ।

এক ভয়ংকৰ ঘটনাই জোকাৰিছে লখিমপুৰ। লখিমপুৰৰ বৰবছাত চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীক হত্যা কৰি নিজেও চৰমপন্থা ল'লে এজন আৰক্ষী কনিষ্টবলে। লখিমপুৰৰ প্ৰায় সকলোৰে চিনাকি আৰক্ষী কনিষ্টবল বসন্ত শইকীয়াই সংঘটিত কৰিলে এনে ভয়ানক ঘটনা। গৃহ

ডিগবৈত আছুৱে দাহ কৰিলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি।

সমগ্ৰ ৰাজ্যত অত্যাধিক বিল, অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে স্মাৰ্ট মিটাৰে জ্বলা কলা খোৱাই অহাৰ সময়তেই আজি আছু তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত ডিগবৈ শ্বহীদ বেদীত ডিগবৈ আঞ্চলিক সমিতিয়ে শক্তি মন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত ‘অ আতা’ নামেৰে গীত মুকলি।

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত 'অ আতা' নামেৰে গীত মুকলি। দেহাজান এলবামৰ জৰিয়তে ৰাইজৰ মাজত অতি পৰিচিত নাম দক্ষিণ কামৰূপৰ মিৰ্জাৰ কুমাৰ ভৱেশ। এটাৰ পিছত আন এটা গীতেৰে ৰাইজক আমোদ দি আহিছে জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশে। পুনৰ

কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ।

কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপাম গাঁৱৰ মুশ্বাৰফ হুছেইন নামৰ এগৰাকী ১৩ বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা

কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ ।

কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ । অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে নাথ যোগী জনগোষ্ঠীৰ জনজাতিকৰনৰ আবেদন কৰা নাই বুলি শৰৎকালীন অধিবেশনত প্ৰকাশ কৰাত ক্ষোভিত । জনজাতিকৰন নাথ যোগী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী ।

দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত।

দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত। আজি মৰিগাঁও জিলাৰ দলৈগাঁও সমবায় লিমিটেডৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। কছাৰীগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সমিতিৰ দীৰ্ঘকালীন পৰিকল্পনা আৰু আয়-ব্যয় বাজেট গ্ৰহণ।

বজ্রপৰি এগৰাকী ৫৫ বছৰীয়া লোকৰ মৃত্যু

মৰিগাওঁ জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ঠেংখালি গাঁৱৰ হাৰুণ আলী নামৰ ব্যক্তিজন আজি পথাৰত কাম কৰিবলৈ যায় আৰু কাম কৰি পথাৰৰ এটা জুপুৰি ঘৰত জিৰণি লোৱাৰ সময়তেই প্ৰচণ্ড ঢেৰেকণি পৰি সম্পূৰ্ণ ঘৰখন জ্বলি যায় আৰু মানুহ জনো থিতাতে মৃত্যু হয়।*ওচৰত

যোৰহাটত পুনৰ এক ঘৃণনীয় কাণ্ড

যোৰহাটত পুনৰ এক ঘৃণনীয় কাণ্ড এজন ব্যক্তি অসৎ কৰ্মত লিপ্ত হ'ল দুগৰাকী কণমানিৰ সৈতে ঘৰত কোনো নথকাৰ সুযোগত এই লম্পত টোৱে অসৎ কৰ্মত লিপ্ত হয় পুৰণা চিভিলত কৰ্মৰত অশোক বাল্মিকী নামৰ এজন ব্যক্তিয়ে সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড ৰাইজে উত্তম মাধ্যম

মায়ঙত সংঘটিত হৈছে এক জঘন্য মাৰপিটৰ ঘটনা

মায়ঙত সংঘটিত হৈছে এক জঘন্য মাৰপিটৰ ঘটনা সাত আঠ জনীয়া দল এটাই যোৱা কালি আক্ৰমণ কৰে এজন লোকক ৷ ৰাতিপুৱা নামাজত যোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা ৷ মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বৰকুৰানী গাৱৰ আব্দুল কাদিৰক আক্ৰমণ ৭/৮ জনীয়া দলৰ ৷ জানিব পৰামতে

নগাঁৱৰ কচুৱাৰ উজানমাৰিত অঘটন।

নগাঁৱৰ কচুৱাৰ উজানমাৰিত অঘটন। বৰপানী নদী পাৰ হোৱাৰ সময়ত উটি গল এগৰাকী ব্যক্তি। কচুৱাৰ উজানমাৰিৰ বালিচৰাত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। দুৰ্গম ঠাই আৰু দলং নথকাৰ বাবে নিশা আগুৱাই নিবলৈ ভাতৃয়ে ফোন কৰি মাতিছিল দেউতাক আৰু জ্যেষ্ঠ ভাতৃ