Monthly Archives

September 2024

হাতীচোং মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সুকলমে সম্পন্ন।

নগাঁও জিলাৰ দক্ষিণ পশ্চিম অঞ্চলৰ উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আজি দিনযোৰাকৈ অনুষ্ঠিত কৰা হয়। পুৱাই ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত লুইত হাজৰিকাই। ৮ বাজি ৩০

তিনি দিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱসটি পালন কৰে কাৰ্বি আংলং পৰ্যটন বিভাগে।

তিনি দিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱসটি পালন কৰে কাৰ্বি আংলং পৰ্যটন বিভাগে। অন্তিম দিনৰ কাৰ্যসূচী হিচাপে ডিফুত থকা বিভাগীয় Tourist Lodge টো অত্যাধুনিক ৰূপত সংবৰ্ধন কৰি মুকলি কৰা হয়। Tourist Lodge টোত আছে ১৬টা কোঠালী, ভোজন গৃহ আৰু

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অনত্যম প্ৰতিষ্ঠাতা হলধৰ ভূঞাৰ সোঁৱৰণীত বক্তৃতা অনুষ্ঠান

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অনত্যম প্ৰতিষ্ঠাতা হলধৰ ভূঞাৰ সোঁৱৰণীত বক্তৃতা অনুষ্ঠান শনিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূণ অনুষ্ঠানটো অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰ্দশ তথা

মৈৰাবাৰী অপহৰণ কাণ্ডৰ ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত মুস্তাক ফাইজুৰ ৰহমানক গ্ৰেপ্তাৰ।

মৈৰাবাৰী অপহৰণ কাণ্ডৰ ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত মুস্তাক ফাইজুৰ ৰহমানক গ্ৰেপ্তাৰ। ধৃত মুস্তাক ফাইজুৰ ৰহমানে তিনি যুৱকক অপহৰণ কৰি মুক্তিপণ হিচাপে সংগ্ৰহ কৰিছিল ২০ হাজাৰ টকা । মুস্তাক ফাইজুৰ ৰহমানৰ নিজৰ একাউন্টত লৈছিল দাবী কৰা ধন

নগাঁও মাৰোৱাৰীপট্টিৰ এম ডি পথত ভূমি কেন্দ্ৰীক সংঘাট

বীনা গুণেছা নামৰ মানুহ গৰাকীৰ মাটি একাংশলোকে বহু দিন ধৰি দখল কৰাৰ অভিযোগ শনিবাৰে বীনা গুণেছৰ আৰু একাংশলোকে নিজৰ ভূমি দখল দিবলৈ আহোতেই মাৰপিটৰ ঘটনা সংঘটিত হয় পিছত নগাঁও আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰা লগতে মনোজ

ONGC (L)ৰ বিৰুদ্ধে এঘণ্টীয়া অৱস্থান ধৰ্মঘট ৮ টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ

শিৱসাগৰ নগৰৰ ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত ONGCয়ে বিদেশী প্ৰতিষ্ঠানক লাভজনক খনন ৰিগ্‌ ঠিকা ভিত্তিক ভাৱে গতাই দিয়াৰ কাৰ্য প্ৰত্যাহাৰৰ দাবীত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন Story. দেশৰ নৱৰত্ন উদ্যোগ হিচাপে ONGCয়ে

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব কৰি বিচাৰে

তিপাম ফাকিয়াল গাঁও পঞ্চায়ত পূৰ্ণ গঠনৰ দাবী জনাই নাহৰকটীয়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয় সম্মুখত দুই…

তিপাম ফাকিয়াল গাঁও পঞ্চায়ত পূৰ্ণ গঠনৰ দাবী জনাই নাহৰকটীয়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয় সম্মুখত দুই ঘণ্টা অবস্থান ধৰ্মঘট পালন কৰা কৰে তিপাম বাসী ৰাইজে তাৰ লগতে সংগতি ৰাখি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে চক্ৰ বিষয়াৰ মহোদয়ক অতি সোনকালেই

মহানগৰীৰ সমীপৱৰ্তী ভি আই পি আৰু ধাৰাপুৰত শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি।

মহানগৰীৰ সমীপৱৰ্তী ভি আই পি আৰু ধাৰাপুৰত শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি। সমাগত শাৰদীয় দুৰ্গাপূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া চলিছে দুৰ্গতিনাশিনী দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি। মহানগৰীৰ সমীপৱৰ্তী ভি আই পি আঞ্চলিক

নিচাযুক্ত টেবলেট খুৱাই নাবালিকাৰ লগত কৰিলে অপকৰ্মl

নিচাযুক্ত টেবলেট খুৱাই নাবালিকাৰ লগত কৰিলে অপকৰ্ম ৷ বিশ্বনাথৰ দিৰিং চাহ বাগিছাৰ ১৩ বছৰীয়া এগৰাকী নাবালিকাৰ লগত এটা লম্পটে সংঘটিত কৰিলে জঘন্য কাণ্ড । তিনিসুতিৰ বজাৰত চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকাৰ লগত কৰিলে