Monthly Archives

September 2024

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চুৰি কাণ্ড

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চুৰি কাণ্ড কৰ্তব্যৰত অৱস্থাত থকা এম বি বি এচৰ শেষ বৰ্ষত অধ্যয়নৰত চিকিৎসকৰ বেগত হাত ভৰাই চোৰে লৈ যায় ম'বাইল ফোন ডাক্তৰ কেইগৰাকী একেলগে অ'টি ত সোমাবলৈ লওঁতেই বেগৰ পৰা লৈ যায় ম'বাইল ফোন ভূক্তভোগী ডাক্তৰগৰাকীয়ে

ডঃ পান্নালাল ওচোৱালৰ ২৫ তম মৃত্যু বাৰ্ষিক অনুষ্ঠান

ডঃ পান্নালাল ওচোৱালৰ ২৫ তম মৃত্যু বাৰ্ষিক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অৱিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত ৷ নামনি অসমৰ ধুবুৰী জিলাত কটকটীয়া বেষ্টনীৰ মাজত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

কাছাৰত দ্ৰুত গতিত বৃদ্ধি পাই আছে লভ জেহাদৰ ঘটনা

কাছাৰত দ্ৰুত গতিত বৃদ্ধি পাই আছে লভ জেহাদৰ ঘটনা । যোৱা দু মাহত ৯ টা লভ জেহাদৰ গোচৰ‌ ৰুজু হৈছে কাছাৰৰ বিভিন্ন আৰক্ষী চকীত । ৯ টা গোচৰ ৰুজু হোৱা বাদ দি‌ আৰো বহু লভ জেহাদৰ ঘটনা সংগঠিত হৈছে । লাজ আৰু সামাজিক সম্মানৰ ভয়তে বহু অভিভাবকে গোচৰ

প্ৰচন্ড গৰমৰ মাজতে ,লামডিং বাণী বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয় আৰু নবাৰুণ বিদ্যালয়ৰকণ কণ সকলো…

প্ৰচন্ড গৰমৰ মাজতে ,লামডিং বাণী বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয় আৰু নবাৰুণ বিদ্যালয়ৰকণ কণ সকলো ছাত্ৰ ছাত্ৰী স্কুললৈ অহা দেখা গৈছে৷ জানিব পৰা মতে স্কুলত এতিয়া পৰীক্ষা চলি আছে ৷ সকলো ছাত্ৰ ছাত্ৰীয়ে সময়মতে স্কুলত আহি উপস্থিত হয়৷উৎকট গৰমৰ

বিহালীত আজি উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপ দলপতি তথা সাংসদ গৌৰৱ গগৈ

বিহালীত আজি উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপ দলপতি তথা সাংসদ গৌৰৱ গগৈ । গৌৰৱ গগৈয়ে বিহালীৰ বৰগাংস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷ বিহালী উপ নিৰ্বাচনৰ কাৰ্যসূচী হাতত লৈ বিহালীত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈয়ে সংবাদ

ডিগবৈ পাৱৈ চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ডিগবৈ পাৱৈ চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ভাৰতীয় চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ নেতৃত্বত এই প্ৰতিবাদ । ২০ শতাংশ বোনাছ এটা কিস্তিত প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ । প্ৰচণ্ড গৰম কাম কৰিব লগা হোৱা শ্ৰমিক সকলক বিশেষ সুবিধা

আজিৰ ৰাশি ফল …..

মেষ ৰাশি - আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হব পাৰে

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSP ৰ মৰিগাঁও জিলা সমিতি গঠন

যোৱকালি দেওঁবাৰে দিনৰ ২ বজাত মৰিগাঁও জিলাৰ মায়ঙৰ আদৰ্শ মাৰ্কাজ একাডেমি, বুৰাবুৰীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আয়োজন কৰিছিল এক বিশাল সাধাৰণ সভা ৷ শ শ লোকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ

আজি Benefits wellness pvt.Ltm. সহযোগত সৰভোগস্থিত ব্ৰজসদন প্ৰেক্ষাগৃহত চিকিৎসা শিবিৰ আৰু সজাগতা সভা…

excerpt… আজি Benefits wellness pvt.Ltm. সহযোগত সৰভোগস্থিত ব্ৰজসদন প্ৰেক্ষাগৃহত চিকিৎসা শিবিৰ আৰু সজাগতা সভা এখন সম্পন্ন হয়। বিভিন্ন সমস্যাসমূহৰ বিষয়ে মত বিনিময় কৰা হয়। এই সজাগতা শিবিৰʼত North East Founder Mr. Rahamat Ali Sheikh (

সমাগত চামগুৰি বিধানসভা সমষ্টিৰ উপনির্বাচন। শাসক, বিৰোধী সকলো নিজৰ নিজৰ নিৰ্বাচনী বৈতনী চলাই গৈছে,…

সমাগত চামগুৰি বিধানসভা সমষ্টিৰ উপনির্বাচন। শাসক, বিৰোধী সকলো নিজৰ নিজৰ নিৰ্বাচনী বৈতনী চলাই গৈছে, পিছপৰা ৰৈ থকা নাই নগাঁও জিলা তৃণমূল কংগ্ৰেছো। হয় চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ কি বিজেপি, কি কংগ্রেছ, সকলো নিজৰ নিজৰ ৰাজনৈতিক