নগাঁৱত চাকৰি দিয়াৰ নামত শিক্ষকৰ অবৈধ বেহা।
নগাঁৱত চাকৰি দিয়াৰ নামত শিক্ষকৰ অবৈধ বেহা। চাকৰিৰ নামত ধন লৈ গ্ৰেপ্তাৰ নগাঁও পূব চিলনি মুক্তাব বিদ্যালয়ৰ শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰা। চাৰিজন ভুক্তভোগীৰ পৰা লৈছিল চৰকাৰী চাকৰিৰ নামত কেইবালাখ টকা। ৯৮৪/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁও হয়বৰ গাঁৱৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত লক্ষ্যজ্যোতি বৰা নামৰ শিক্ষকজনক।