আজি নলবাৰী ৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব বলি-বিধান৷ দেৱালয়খনত বলি দিয়া হ’ব ৫৫ টাকৈ ম’হ ৷
আজি নলবাৰী ৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব বলি-বিধান৷ দেৱালয়খনত বলি দিয়া হ’ব ৫৫ টাকৈ ম’হ ৷
শাৰদীয় দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী ৰ বেলশৰ দেৱালয়ৰ মা দুৰ্গা মন্দিৰৰ বাকৰিত দেখা গৈছে বহুতো ভক্তৰ ভিৰ ।
আজি ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত বলি-বিধান৷ পুৱাৰে পৰা বিল্বেশ্বৰ দেৱালয়লৈ সোঁত বৈছে ভক্তৰ৷ আজি ভক্তৰ বাবে মহাভোগৰ ব্যৱস্থা কৰিছে সমিতিয়ে৷
সিদ্ধিদাত্ৰীৰ আৰাধনাৰে মুখৰিত সকলো পূজা মণ্ডপ প্ৰতিখন পূজাথলীত ভক্তৰ ভিৰ
আজি মহাষ্টমী যদিও আৰম্ভ হৈছে নৱমীৰো লগ্ন
পুৱা ৬.৩৭ বজাৰ পৰা আৰম্ভ হৈছে নৱমীৰ লগ্ন
বিল্বেশ্বৰ দেৱালয়ত মহ বলি আৰম্ভ।
মহানৱমীত বলিৰ বাবে ভক্তই আগবঢ়াইছে ৫৫ টা মহ ।
মহৰ সমান্তৰালকৈ সহস্ৰাধিক ছাগলী, পাৰ, কোমোৰা, বলি দিয়া হ’ল বিল্বেশ্বৰত ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আগবঢ়াইছে বলি।