মৈৰাবাৰীৰ শগুনবাহীত পুৱাৰ ভাগতেই বৃহৎ অজগৰ সাপ উদ্ধাৰ

0

মৈৰাবাৰীৰ শগুনবাহীত পুৱাৰ ভাগতেই বৃহৎ অজগৰ সাপ উদ্ধাৰ ।
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ শগুনবাহীত বৃহৎ অজগৰ সাপ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চান্চ্যল্যৰ সৃষ্টি হৈছে।
শগুণবাহী গাৱৰ মনিৰুল হুদা ওৰফে বুলোৰ পাকঘৰৰ চালত ৰাতিপুৱাই প্ৰত্যক্ষ কৰে বৃহৎ অজগৰ সাপডালক। সাপডালক দেখাৰ লগে লগে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ঘৰখনত। লগে লগে গোটেই গাঁওখনৰ মানুহ একগোট হৈ সাপডালক কৰায়ত্ব কৰি মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে। সাপডালক উদ্ধাৰ কৰি মৈৰাবাৰী আৰক্ষীয়ে থানালৈ লৈ যায়।

Leave A Reply

Your email address will not be published.