ৰূপহীহাটত নিৰ্বাচনী হিংসা

0

ৰূপহীহাটত নিৰ্বাচনী হিংসা চামগুৰি উপ নিৰ্বাচনৰ বাবে শিঙিমাৰীৰ পৰা কংগ্ৰেছৰ বাইক ৰেলিৰ আয়োজন কৰিছিল যত ৰূপহীহাট বিধান সভা সমষ্টিৰ লোকসকলে বাইক লৈ চামগুৰিৰ শিঙিমাৰী যোৱাৰ পথত বিজেপি কৰ্মী সমৰ্থকে বাদা দিয়াৰ লগতে গাড়ী বাং চুৰ কৰি উভতাই পঠিয়াই ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী লোক উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
বিজেপিৰ কৰ্মীৰ অভিযোগ একাংশ কংগ্ৰেছী কৰ্মীয়ে বিজেপিৰ বেনাৰ পোষ্টাৰ ফালি দিয়াক কেন্দ্ৰকৰিয়েই সংঘাত লিপ্ত হয় এই সংঘাতে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰে ইতিমধ্যে কেইবাটাও বাহন ভাঙি লণ্ড ভণ্ড কৰে।

আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও চেপা উত্তেজনা অব্যাহত হৈ আছে বৰতলত।

Leave A Reply

Your email address will not be published.