মানুহ কিমান নিষ্ঠুৰ টকাৰ বাবেই নিজ পত্নীক দেহব্যৱসায়ী কৰাৰ আদেশ দিলে স্বামীয়ে ৷

0

ধুবুৰীৰ পানবাৰীত এক জঘন্য কাণ্ডঃনিজ পত্নীক দেহব্যৱসীয়ী কৰিবলৈ স্বামীৰ নিৰ্দেশঃপত্নী দেহব্যৱসায়ী নকৰিলে পিতৃ গৃহৰ পৰা যৌতুক আনিবলৈ হেচাঃউপায়হীন হৈ মহিলাজনী কাষ চাপিলে সংবাদ মাধ্যমৰ ওচৰত মানুহ কিমান নিষ্ঠুৰ টকাৰ বাবেই নিজ পত্নীক দেহব্যৱসায়ী কৰাৰ আদেশ দিলে স্বামীয়ে এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ পানবাৰীত স্বামী ৰেজ্জাক আলীয়ে দেহব্যৱসায়ী নকৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে পত্নী মছিৰুন বিবিক। মানৱ সমাজক লজ্জানত কৰা এক আজৱ ঘটনা নিজ পত্নীক দেহব্যৱসায়ী কৰাবলৈ উটি পৰি লাগিছে স্বামী পত্নী অমান্তি হোৱাৰ বাবে শাৰিৰীক ও মানসিক বাবে অত্যাচাৰ চলায় পাষণ্ড স্বামী আব্দুল ৰেজ্জাকে দেহব্যৱসায় নকৰিলে পত্নীৰ ঘৰৰ পৰা ৫ লাখ টকা যৌতুকৰ বাবত আনিবলৈ ও হেচা প্ৰয়োগ কৰে আব্দুল ৰেজ্জাকে বৰ্তমান উপায়ন্তৰ হৈ পত্নী মছিৰুন বিবি কাষ চাপে সংবাদ মাধ্যমৰ ওচৰত ৷

Leave A Reply

Your email address will not be published.