নগাঁৱৰ ব্ৰজৰং কাৰ ডীলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ
নগাঁৱৰ ব্ৰজৰং কাৰ ডীলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়িক বাহন বিক্ৰী কৰাৰ নামত এই প্ৰৱঞ্চনা ছমাহৰ পুৰ্বে ডীলাৰৰ পৰা ক্ৰয় কৰিছিল বাহনখন বাহনখনৰ পঞ্জীয়নকে ধৰি প্ৰয়োজনীয় নথি গ্ৰাহক জনক আজি পৰ্যন্ত ডীলাৰ কৰ্তৃপক্ষই হস্তান্তৰ নকৰাৰ অভিযোগ। আনকি গ্ৰাহকজনৰ আৰ চিত কৰ্মচাৰীৰ নম্বৰ অন্তৰ্ভূক্ত কৰাৰ অভিযোগ আজি সংবাদমাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ গ্ৰাহকজনৰ। কেইদিনমানৰ পূৰ্বে বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছত মেৰামতিৰ নামত অতিৰিক্ত ১৬ হাজাৰ টকা লোৱাৰ অভিযোগ কম্পিউটাৰত নিৰীক্ষণ কৰোতে এই তথ্য উন্মোচন হয়।