নাজিৰাত গৃহৰক্ষী সন্থাৰ সংবাদমেল

0

ONGCত ১৪ বছৰৰোধিক কাল কৰ্মৰত গৃহৰক্ষী জোৱানক ছাটাই অভিযান বন্ধ কৰাকে ধৰি ছয় দফীয়া দাবী কাৰ্যকৰী কৰাৰ দাবীত এই সংবাদমেল | দাবী কাৰ্যকৰী নকৰিলে গণ আন্দোলনৰ হুংকাৰ গৃহৰক্ষী সন্থাৰ | সদৌ অসম প্ৰক্ষিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ যৌথ ভাৱে আয়োজন কৰে এই সংবাদমেল |

Leave A Reply

Your email address will not be published.