আজি লালীপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক চাউল চুৰিৰ মিছা অভিযোগ দি অপদস্থ কৰে বিদ্যালয়খনৰ সভাপতি আৰু উপ সভাপতিয়ে।

0

প্ৰধান শিক্ষকজনৰ অভিযোগ অনুসৰি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে ৭কুন্টেল ৬৮কিলো৬০০গ্ৰাম চাউল আহিছিল আৰু সেই চাউলখিনিৰ বিষয়ে বিদ্যালয়ৰ সভাপতিক জনায়ছিল প্ৰধান শিক্ষকে সেই চাউলখিনি বিদ্যালয়লৈ আনিব গৈছিল প্ৰাধান শিক্ষকজনে উক্ত চাউলখিনি বিদ্যালয়ত টমটমেৰ অনাত কিছু অসুবিধা হৈছিল শিক্ষকজনৰ যাৰ বাবে ২বস্তা অৰ্থাৎ ১কুইন্টল চাউল গোদামতেই থৈ আহিবলগীয়া হৈছিল পৰৱৰ্তী সময়ত ২বস্তা চাউল বিদ্যালয়ত অনাৰ বাবে বাধা প্ৰধান কৰে বিদ্যালয়খনৰ উপ সভাপতি মুজিবুৰ ৰহমানে।

শিক্ষকজনৰ অভিযোগ অনুসৰি এইখন বিদ্যালয়ত অহাৰ পিছৰ পৰাই বিদ্যালয়খনৰ উপ সভাপতি মজিবুৰ ৰহমানে শিক্ষকজনৰ ওপৰত মিছা অভিযোগ জাপি দি বাৰে বাৰে মানসিক নিৰ্যাতন চলাইছিল শিক্ষক গৰাকীক।

এতিয়া প্ৰশ্ন হল যদি প্ৰধান শিক্ষকজনৰ অভিযোগ সচা তেন্তে কি অংকৰ বাবে সভাপতি আৰু উপ সভাপতিয়ে এজন প্ৰধান শিক্ষকক মিছা অভিযোগত চুৰ সজাই বিদ্যালয় চৌষদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া এক ডাঙৰ প্ৰশ্ন ।

Leave A Reply

Your email address will not be published.