মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পালাহজুৰি গাঁৱৰ জাবিৰ হুছেইন কেৰেলাৰ পৰা নিৰুদ্দেশ।
মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পালাহজুৰি গাঁৱৰ জাবিৰ হুছেইন কেৰেলাৰ পৰা নিৰুদ্দেশ। কিছুদিন পূৰ্বে পলাহজুৰি গাৱঁৰ মনোৰ উদ্দিৰ পুত্ৰ কামৰ বিচাৰি কেৰেলালৈ গৈছিল ১০ দিন কাম কৰাৰ পিছত কেৰেলাৰ পৰা জাবিৰ হুছেইন নিৰুদ্দেশ হয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জানিব দিয়া মতে তিনিদিনৰ পৰা লৰাজনৰ কোনো সন্ধান নাই আৰু লৰাজনক বিচাৰি নাপায় মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালৰ লোক। যদি কোনো হৃদয়বান ব্যক্তিয়ে লৰাজনক দেখা পায় তেন্তে 9365637585 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনায়ছে পৰিয়ালৰ লোকে।