আগমনী চক্ৰ বিষয়াৰ কাৰ্য্যলয় বাহালৰ দাবিত তিনি ঘন্টিয়া ধৰ্মঘট

0

আগমনী চক্ৰ বিষয়াৰ কাৰ্য্যলয় বাহালৰ দাবিত তিনি ঘন্টিয়া ধৰ্মঘট আজি আগমনী আঞ্চলিক আক্ৰাছু,ছাত্ৰ-সন্থা,গৰিয়া-মৰিয়া-দেশী জাতিয় পৰিষদআৰু অত্ৰ অঞ্চলৰ ৰাইজৰ উপস্থিতত,আগমনী চক্ৰ বিষয়া বাহাল ৰখাৰ দাবিত তিনি ঘন্টিয়া ধৰ্মঘট কাৰ্য্যসূচীত ভাগ লয় শ,শ ৰাইজ। জানিব পৰা মতে ১৮ অক্টোবৰ তাৰিখে অসম চৰকাৰে জাৰি কৰা জাননী মৰ্মে আগমনী চক্ৰ বিষয়া কাৰ্য্যালয় বিলুপ্তিকৰণকলৈ বিৰাট চাঞ্চল্যৰ সৃষ্টি হয় । আগমনী চক্ৰ বিষয়াৰ কাৰ্য্যালয় বাহালৰ দাবিত আগমনী অত্ৰ অঞ্চলৰ ৰাইজৰ হৈ আগমনী আঞ্চলিক আক্ৰাছু,ছাত্ৰ-সন্থা,গৰিয়া-
মৰিয়া-দেশী জাতিয় পৰিষদ সাংগঠনিক দল সমুহৰ লগতে উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহন কৰে গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ। গোলকগঞ্জৰ বিধায়ক জনে জানিবলৈ দিয়ে যে ,অসম চৰকাৰে যদি আগমনী চক্ৰ বিষয়াৰ কাৰ্য্যালয় বাহাল নাৰাখে তেন্তে ৰাইজৰ হকে ভয়াৱহ আন্দোলন কৰিব বুলি মত প্ৰকাশ কৰে।আকৌ
বিধায়ক গৰাকী জানিবলৈ দিয়ে যে এই আন্দোলনৰ বাবে জগৰীয়া হব-ধুবুৰী জিলা উপায়ুক্ত আৰু অসম চৰকাৰ।

উল্লেখ্য যে আগমনী ৰাইজৰ মুখত হাহি ফুটাব পাৰিব নে
অসম চৰকাৰে সেয়া সময়ত হব লক্ষ্যণীয়।

Leave A Reply

Your email address will not be published.