শিৱসাগৰত অসমীয়া যুৱ মঞ্চ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া

0

যোগান মন্ত্ৰী ৰঞ্জিত দাসক ক্ষুৰধাৰ সমালোচনা | অসমীয়া যুৱ মঞ্চই যোগান মন্ত্ৰী ৰঞ্জিত দাসক “মূল্য বৃদ্ধি বঁটা” প্ৰদান কৰাৰ ঘোষণা | মুখ্যমন্ত্ৰীক প্ৰশ্ন অসমীয়া যুৱমঞ্চ সভাপতি যাদৱ গগৈৰ | যোগান বিভাগৰ দায়িত্ব কিয় দিলে? মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত দাসক গৰু চৰাবলৈ, ম’হ চৰাবলৈ দায়িত্ব দিব লাগিছিল, ৰঞ্জিত দাস এজন অলগদ্ধ মন্ত্ৰী | সভাপতি গৰাকীয়ে মন্ত্ৰী ৰঞ্জিত দাসে পুৱা খোজকাঢ়িবহে জানে বুলি কটাক্ষ, মুখ্যমন্ত্ৰীক আহ্বান ৰঞ্জিত দাসক যোগান বিভাগৰ পৰা অব্যাহতি দি গৰু চৰোৱাৰ দায়িত্ব দিব লাগে | মূল্যবৃদ্ধিক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ক্ষোভ সমালোচনা চৰকাৰক | চৰকাৰ নিৰ্বাচনী আখৰাত ব্যস্ত থকাৰ অভিযোগ মূল্যবৃদ্ধিক লৈ গুৰুত্ব নাই | চৰকাৰে ইলেকট্ৰল বণ্ডৰ নামত চান্দা তুলাৰ পাছত অসমৰ ৰাইজে দুখ ভুগিব লগা হৈছে | মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক সকিয়নি |

Leave A Reply

Your email address will not be published.