Monthly Archives

October 2024

নাহৰকটীয়া ত সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা আৰু সুৰুযজ্যোতি সংঘৰ দ্বাৰা সম্বৰ্ধনা পূজা মণ্ডপত

নাহৰকটীয়া মহাবিদ্যালয়ৰ সমিপত সুৰুযজ্যোতি সংঘৰ সৌজন্য ত উদযাপন সমিতি আৰু ৰাইজৰ সহযোগত আয়োজিত দূৰ্গা পূজাৰ উদযাপন সমিতিৰ হৈ আজি বিশেষ সম্বৰ্ধনা জনোৱা হয় অনাতাঁৰ শিল্পী যোগেশ্বৰ তন্ত্ৰবাই নয়নদ্বিপ গণজু উদীয়মান জুনিয়ৰ ফুটবলাৰ, ১৯৯৩ চনৰে

সামৰণি পৰিল ৩২ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ

সামৰণি পৰিল ৩২ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ অৱশেষত বৰ্ণাঢ্য সাংস্কৃতিক শুভাযাত্ৰাৰে সামৰি পৰিল ৩২ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ কাৰ্বি জনগোষ্ঠীৰ বাৰৰহনীয়া কৃষ্টি সংস্কৃতিৰ পৰবৰ্তী প্ৰজন্মৰ মাজত সাংস্কৃতিক পৰিৱেশৰে বিলাই দিয়াৰ

সাংস্কৃতিক অনুষ্ঠানত অসমীয়া গীত পৰিবেশন কৰাত বাধা দিয়া লোকৰ ক্ষমা বিচাৰি প্ৰাৰ্থনা

যোৱা ১২ অক্টোবৰ, ২০২৪ তাৰিখে নাহৰকটীয়াৰ উমাতাৰা চাহ বাগিচাত দুৰ্গা পূূজাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল । সাংস্কৃতিক অনুষ্ঠানটিত গীত পৰিবেশন কৰিবলৈ সাপেখাটীৰপৰা শিল্পী এগৰাকীক আমন্ত্ৰন কৰা হৈছিল । শিল্পী গৰাকীয়ে গীত পৰিবেশন কৰি

ধিঙৰ টুকটুকীত জমীয়তৰ উদ্যোগত অসমৰ প্ৰথমখন প্ৰাৰম্ভিক স্কাউট মাষ্টাৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ ।

গাওঁ জিলাৰ ধিঙৰ বৃহত্তৰ টুকটুকীৰ কটহগুৰিত প্ৰাৰম্ভিক স্কাউট মাষ্টাৰ প্ৰশিক্ষণ শবিৰ অনুষ্ঠিত হৈছে ।জানিব পৰা মতে, অসম জমীয়ত য়ুথ ক্লাৱৰ উদ্যোগত ভাৰতৰ স্কাউট আৰু গাইডৰ প্ৰথমখন প্ৰশিক্ষণ শিবিৰ পোন প্ৰথম বাৰৰ বাবে কটহগুৰি টুকটুকী দাৰুল উলুম

নগাঁৱৰ বঢ়মপুৰত ৰাইজৰ ৰোষত পাচঁটাকৈ চোৰ

নগাঁৱৰ বঢ়মপুৰত ৰাইজৰ ৰোষত পাচঁটাকৈ চোৰ বঢ়মপুৰ ১ নং ঘোগৰ গাঁৱত চুৰ কৰি ধৰা পৰিল পাঁচ জন যুৱক । গাঁও খনৰ নব নিৰ্মিত চিকিৎসালয় খনৰ সামগ্ৰী চুৰ কৰিছিল পাঁচ যুৱকে চিকিৎসালয় খনত শ্ৰমিক হিচাপে কৰ্মত আছিল পাঁচ যুৱক ৰাইজৰ উত্তম-মাধ্যমত হাত

অভ্যান্তৰিণ জলপথ পৰিবহণ বিভাগক বুঢ়া আঙুলি দেখুৱাই ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰ চালিত নাওঁৰ চলাচল

অভ্যান্তৰিণ জল-পৰিবহণ বিভাগক বুঢ়া আঙুলি দেখুৱাই ব্ৰহ্মপুত্ৰ নদীত চলাচল কৰি আছে যন্ত্ৰ চালিত নাওঁ। মৰণক শৰণ দি যাতায়ত কৰি আছে শশ পুৰুষ মহিলা তথা কিশোৰ।ব্ৰহ্মপুত্ৰ নদীত অবৈধভাৱে চলাচল কৰা যন্ত্ৰ চালিত নাওঁ সমুহৰ পৰা ধন কৰাৰো অভিযোগ

হোজাই ৰাইকাটা ইছলামপুৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

হোজাই ৰাইকাটা ইছলামপুৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ কঁপিলী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ মৃত যুৱকজনৰ নাম আজিৰ উদ্দিন যোৱা ১২তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।যোৱাকালি হোজাই আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছিল নিৰুদ্দেশৰ

প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত প্ৰাক্তন ছাত্ৰী সমাৰোহ

প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত প্ৰাক্তন ছাত্ৰী সমাৰোহ |নাজিৰাৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত প্ৰাক্তন ছাত্ৰী সমাৰোহ |সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ নাজিৰা নগৰ |শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে বিভিন্ন

জনজাতিকৰনৰ দাবীত বোকাখাতত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই

জনজাতিকৰনৰ দাবীত বোকাখাতত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই ।চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চুতীয়াৰ ঐতিহাসিক সমল আৰু কীৰ্তীচিহ্ন সংৰক্ষণ কৰা, চুতীয়াৰ স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

আজি পুৱাতে আব্দুল ৰছিদৰ মৃতদেহ আৰক্ষীয়ে উদ্বাৰ কৰে

যোৱা বৃহস্পতি বাৰে নিশা মৰিগাঁও জিলাৰ জেলৰ পৰা পলায়ন কৰা আব্দুল ৰছিদ নামৰ কয়দি টোৰ লাহৰীঘাট, দেৱাগুৰি সোনডোবা নিজৰা বিলত মেটেকা তলত মৃতদেহ উদ্ধাৰ।আজি পুৱাতে আব্দুল ৰছিদৰ মৃতদেহ আৰক্ষীয়ে উদ্বাৰ কৰে।