৯০১৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস

0

৯০১৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস । সম্পূৰ্ণ ভোট গননাৰ পিছত বিজেপিয়ে লাভ কৰিলে ৬৮৭৫৯ আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰে ৫৯৭৪২ টা ভোট ।

Leave A Reply

Your email address will not be published.