ৰাজ্যত পুনৰ মুন্না ভাই MBBS ৰ দপদপনি
ভুল চিকিৎসাৰ বলি হল দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতী মহিলা।ভুল চিকিৎসা কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ।
অভিযোগ অনুসৰি জুৰীয়াৰ নগাবন্ধা গাঁৱৰ মফিজুল ইছলামৰ কন্যাৰ কঁকালৰ বিষ হোৱাত লৈ গৈছিল ছোট ৰূপহীৰ চিৰাজ আলীৰ!-->!-->!-->…