আহি আছে ভয়ংকৰ ঘুৰ্ণী বতাহ।
আহি আছে ভয়ংকৰ ঘুৰ্ণী বতাহ। পূৰ্বতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰি আহি আছে ঘূর্ণী বতাহ। ঘণ্টাত ২২৬ কিলোমিটাৰ বেগে আহিআছে ঘূৰ্নিবতাহ “”ছিডোৰ””। এইবাৰ ছিডোৰে লৈছে ভয়ংকৰ ৰূপ। এটা নিশাৰ ভিতৰতে ধ্বংস হৈ গল এটা দ্বীপ । প্ৰায় ৩ লাখ লোকৰ বসতি এই দ্বীপটোত আছিল কিন্তু সাগৰীয় কাল ঘুৰ্নী বতাহৰ কবলত পৰি এটা নিশাৰ ভিতৰতে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে কাল ঘূৰ্ণি ছিডোৰ কবলত পৰি।বৰ্তমানেও সংকটত জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে বহু লোক। লৈ আহিছো ANE NEWS LIVE ৰ দৰ্শকৰ বাবে এই খবৰ । এক ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতি দেৱীয়ে।
শতিকাৰ সবাতকৈ ভয়ংকৰ ঘূৰ্ণী বতাহৰ তাণ্ডব।
ছিডোৰ তাণ্ডবত নিহত হাজাৰ হাজাৰ লোক।
ঘণ্টাত ২২৬ কি: মি: বেগত বলিছে কাল ঘূৰ্ণী বতাহ।
ভাৰত মহা সাগৰত থকা ফ্ৰান্সৰ দ্বীপ প্ৰদেশ মেয়ট্টেক । লাখ লাখ লোকৰ বসতি অঞ্চল খন নিশ্চিহ্ন কৰিলে কাল ঘূৰ্ণীয়ে।
দ্বীপটোত প্ৰায় ৭৩ শতাংশ লোকে আছিল ইছলাম ধৰ্মী।
ধ্বংসস্তুপত পৰিণত দ্বীপটো।