জাজৰিৰ জিকিৰ-জাৰীৰ জেষ্ঠ শিল্পী তজমল হুছেইন আৰু আমাৰ মাজত নাই।
জাজৰিৰ জিকিৰ-জাৰীৰ জেষ্ঠ শিল্পী তজমল হুছেইন আৰু আমাৰ মাজত নাই।
বৃহত্তৰ জাজৰি অঞ্চলত শোকৰ ছাঁ।জিকিৰ-জাৰীৰ জেষ্ঠ শিল্পী তজমল হুছেইন আৰু আমাৰ মাজত নাই। ২০ তাৰিখে নিশা নিজ বাস গৃহতে প্ৰেচাৰ ষ্টক হৈ মৃত্যু হয় শিল্পী গৰাকী । জিকিৰ-জাৰী সাধক তজমল হুছেইনে অসমৰ বিভিন্ন প্ৰান্তত জিকিৰ জাৰী গাই সন্মান লাভ কৰিছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। হুছেইনে দুই পুত্ৰ এগৰাকী কন্যা সন্তান আৰু বহুতো গুণমুগ্ধক এই ইহঁ সংসাৰত এৰি থৈ যায়। আজি জাজৰী আঞ্চলিক হাফিজীয়া ও
ক্বাৰীয়ানা মাদ্ৰাছাৰ প্ৰাঙ্গনত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়।তেওঁৰ মৃত্যুৰ জাজৰি অঞ্চলত শোকৰ ছাঁ পৰে।
ধিং ৰ পৰা আবুল হুছেইন ৰ ৰিপোৰ্ট