নলবাৰী জিলাৰ অন্তৰগত টিহু সমষ্টিৰ পশ্চিম বৰখেত্ৰি মণ্ডলৰ ২১৩ নম্বৰ বুথত bjp দলত অনিয়মৰ অভিযোগ।
নলবাৰী জিলাৰ অন্তৰগত টিহু সমষ্টিৰ পশ্চিম বৰখেত্ৰি মণ্ডলৰ ২১৩ নম্বৰ বুথত bjp দলত অনিয়মৰ অভিযোগ।
উক্ত বুথত সভাপতি পদৰ প্ৰাৰ্থী আছিল দিলীপ দাশ নামৰ বেক্তি জন আছিল ।
কিন্তু মন কৰিব লগা বিষয় টো হ’ল যোৱা ১০ ডিচেম্বৰ তাৰিখে তালিকাত তেখেতৰ নাম টো অন্তৰ্ভূক্ত হোল আৰু ১১ ডিচেম্বৰ অৰ্থাৎ পিছ দিনা তেখেতৰ নাম টো কৰ্তন হোল।
মূল বিষয় টো হল দিলীপ দাশ নামৰ ব্যক্তি জনক কেইটামান মিছা অভিযোগত ফিচাই তেখেতৰ নাম টো কৰ্তন কৰা হল।
অভিযোগ কেইটা হ’ল দিলীপ দাস নামৰ ব্যক্তি জন ১০ তাৰিখে তালিকাত নাম অহা কাৰণে বমা মাৰা মিছা অভিযোগ আৰু হো’ল দিলীপ দাসক গাঁওৰ পৰা পৃথক কৰি থোৱা অভিযোগ এই কেইটা মিছা অভিযোগ দিয়া বুলি দাবি জনাই সভাপতি পদৰ প্ৰাৰ্থী জনে ।
লগতে দিলীপ দাস নামৰ bjp ৰ সক্ৰিয় কৰ্মী জনে কয় যে অগ্নন্তক পঞ্চায়ত নিৰ্বাচন আহি আছে এই ৰূপত যদি বুধত সভাপতি বা কমিটি গঠনক লৈ খেলি মেলি চলাই তেন্তে ভোটাৰে কিহৰ ভিত্তিত ভোট দিব ।
এনেকৈ তেওঁৰ মত প্ৰকাশ কৰে ।