Yearly Archives

2024

আজিৰ ৰাশি ফল…….

মেষ ৰাশি - আপোনাৰ সহজ ভাৱে লব পৰা যিকোনো সমাধান সমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতে সহমত নহ'বও পাৰে,

শক্তিআশ্ৰম ঐতিহাসিক বাৰোৱাৰী দূৰ্গা মন্দিৰত পূজা অৰ্চনা কেএছিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ৰ

শক্তিআশ্ৰম ঐতিহাসিক বাৰোৱাৰী দূৰ্গা মন্দিৰত পূজা অৰ্চনা কেএছিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ৰ ।অসংখ্য ভক্তৰ সমাগম পূজা মণ্ডপত । কোকৰাঝাৰ জিলাৰ অধিন শক্তিআশ্ৰম বাৰোবাৰী দূৰ্গা মন্দিৰত আজি নবমী তিথি উপলক্ষে আজি পূজা অৰ্চনা কৰে কেএছিৰ

নাহৰকটীয়াৰ শ্ৰী দূৰ্গোৎসৱ সমিতিয়ে আজি অষ্টমী পালন

নাহৰকটীয়াৰ শ্ৰী দূৰ্গোৎসৱ সমিতিয়ে আজি অষ্টমী পালন কৰাৰ লগতে দেৱী দুৰ্গতি নাশিনী আৰাধনা কৰে এই শ্ৰী শ্ৰী দূৰ্গোৎসৱ সমিতিৰ পূজা মণ্ডপ আৰু দেবীৰ দূৰ্গা দেৱীক চাবলৈ দৰ্শনাৰ্থীৰ বিশেষ আকৰ্ষণ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই পূজা খন বিভিন্ন প্ৰান্তত

আজি নলবাৰী ৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব বলি-বিধান৷ দেৱালয়খনত বলি দিয়া হ’ব ৫৫ টাকৈ…

আজি নলবাৰী ৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব বলি-বিধান৷ দেৱালয়খনত বলি দিয়া হ'ব ৫৫ টাকৈ ম’হ ৷ শাৰদীয় দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী ৰ বেলশৰ দেৱালয়ৰ মা দুৰ্গা মন্দিৰৰ বাকৰিত দেখা

নগাঁৱত এগৰাকী সামাজকৰ্মীৰ বিশেষ পদক্ষেপ

আজি শাৰদীয় দূৰ্গা পূজাৰ মহাষ্টমী। ৰাজ্যৰ সৰ্বত্ৰতে চলিছে উৎসৱ মুখৰ পৰিবেশ। ব্যতিক্ৰম নহয় মধ্য অসমৰ প্ৰান কেন্দ্ৰ নগাঁও জিলাও। সৰ্বসাধাৰণে কোনো অসুবিধা সন্মুখীন নোহোৱাকৈ পৰিয়াল, আত্মীয়ৰ আৰু বন্ধু বৰ্গৰ সৈতে পূজা উপভোগ কৰিবলৈ দিনে নিশাই

মৈৰাবাৰীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯০ সংখ্যাক জন্মদিন উদযাপন কংগ্ৰেছ কৰ্মীৰ।

মৈৰাবাৰীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯০ সংখ্যাক জন্মদিন উদযাপন কংগ্ৰেছ কৰ্মীৰ। প্ৰয়াত কংগ্ৰেছ নেতা তৰুণ গগৈৰ ৯০ সংখ্যাক জন্মদিনৰ লগত সংগতি ৰাখি সমগ্র ৰাজ্যজুৰি কংগ্ৰেছে বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰিছে। সমান্তৰালকৈ মৈৰাবাৰীতো কে'ক

আজি মহাষ্টমী, একেদৰে আজি অনুষ্ঠিত হৈছে নৱমী পূজা

আজি মহাষ্টমী, একেদৰে আজি অনুষ্ঠিত হৈছে নৱমী পূজাও ৷ সমগ্ৰ ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈ বিভিন্ন অঞ্চলত দেখা গৈছে অষ্টমী আৰু নৱমী পূজাৰ উখল-মাখল পৰিৱেশ৷

চিথিলাত শাৰদীয় দূৰ্গা পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰন প্ৰতিষ্ঠিত

চিথিলাত শাৰদীয় দূৰ্গা পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক সুকুমাৰ দেৱনাথৰ ।কেইবা সহশ্ৰাধিক লোকৰ মাজত শাৰী ধুতি আদি বস্ত্ৰ বিতৰন ব্যৱসায়ীজনৰ ।

কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গা পূজা

কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গা পূজা দুৰ্গা পূজাৰ নৱোমি দিৱসত শুকুৰবাৰে কোকৰাঝাৰ, চিৰাং, আৰু বঙাইগাঁৱত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যমেৰে উদযাপন কৰে। কোকৰাঝাৰ চহৰৰ বড়ো বজাৰত অনুষ্ঠিত ঐতিহাসিক ১৫৪ সংখ্যক দুৰ্গা পূজা

ডিগবৈত ১৯ টা নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শংকৰজন্মোৎসৱ ৰ আজিৰে আৰম্ভ

ডিগবৈত ১৯ টা নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শংকৰজন্মোৎসৱ ৰ আজিৰে আৰম্ভ । ২ নং বৰবিল সাৰ্বজনীন নামঘৰত অনুষ্ঠিত কৰা জন্মোৎসৱৰ আজি ভাগৱত ভ্ৰমনে দৃষ্টি আকৰ্ষণ কৰিছে । বিশাল ভাগৱত ভ্ৰমন ত শ শ ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে