Monthly Archives

January 2025

ছুগাৰ লেভেল কিমান হ’লে আপুনি ‘ফিট’? বয়স অনুযায়ী আপোনাৰ ৰক্ত শৰ্কৰা কিমান হোৱা উচিত? জানি লওক…

আজিকালি বহু লোকে কম বয়সতে ডায়েবেটিছ, থাইৰয়ড, উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হয়। বহু ক্ষেত্ৰত ডায়েবেটিছে আমাৰ অজ্ঞাতে শৰীৰত শিপাই যায়। পৰ্যাপ্ত সজাগতাৰ অভাৱেই মধুমেহ ৰোগ ঘৰে ঘৰে বিয়পি পৰাৰ অন্যতম কাৰণ। 02

7th Pay commission : ২০২৫ বৰ্ষটোত চৰকাৰী কৰ্মচাৰীসকলে পাব ডাঙৰ সুখবৰ! এইবাৰ কিমান বৃদ্ধি পাব DA?

7th Pay Commission DA Hike 2025: নতুন বছৰ ২০২৫ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ লৈ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ অপেক্ষা কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত DA গণনা AICPI (All India

আজিৰ ৰাশি ফল …..

মেষ ৰাশি - আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। অন্যৰ ভুল ধৰা আৰু

বিপদত কোহলীৰ কেৰিয়াৰ! কি কৈছিল RCBৰ প্ৰাক্তন অধিনায়কৰ পৰা সকলোৱে?

টেষ্ট ক্ৰিকেটত বিৰাট কোহলীৰ দুৰ্বল ফৰ্ম ক্ৰিকেট জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ প্ৰদৰ্শন আছিল হতাশাজনক। পাঁচখন মেচত গড়ে ২৩.৭৫ ৰানত মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল। এই দুৰ্বল ফৰ্মৰ পিছত প্ৰতিজন ডাঙৰ

গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ভোগালীৰ পূৰ্বে গাহৰি মাংস সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।গাহৰি মাংসক লৈ GMC ৰ জাননী প্ৰত্যাহাৰ। বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ একাউন্টত পোষ্টযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে

উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন। বৰ্তমানেও সন্ধান নাই কয়লাখনিত আবদ্ধ শ্ৰমিকৰ। অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন। গ্ৰেপ্তাৰ ৩ কিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ

আজিৰ ৰাশি ফল …..

মেষ ৰাশি - আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু

বনজুইৰ গ্ৰাসত বিশ্ববিখ্যাত হলীউড হিলছ, বনজুইৰ কৱলত আমেৰিকাৰ লছ এঞ্জেলছ

শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী বলীউড তাৰকাই এই সময়ত আমেৰিকাৰ পৰা অতি দুখজনক খবৰ আহিছে। আমেৰিকাৰ লছ এঞ্জেলছৰ অৰণ্যত হোৱা অগ্নিকাণ্ডৰ বাবে চহৰখনৰ আড়ম্বৰপূৰ্ণ পেলিছাডেছ অঞ্চলত থকা বহু হলিউডৰ তাৰকাৰ বাংলো জ্বলি গৈছে।

আজিৰ ৰাশি ফল …..

মেষ ৰাশি - আপোনাৰ নিজৰ ভাৱনা বোৰ নিয়ন্ত্ৰণ কৰাত অসুবিধা পাব পাৰে। আপোনাৰ অন্য ধৰণৰ ব্যৱহাৰে লোক সকলক আচৰিত কৰি তুলিব পাৰে আৰু এইবাবে আপুনি হতাশ হৈ পৰিব পাৰে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ

নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডলl

নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ মাধৱপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৰজাআলি মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হৈছে ২০২৫ বৰ্ষৰ প্রথম পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত আৰু সক্রিয় কৰিবৰ বাবে শিক্ষা বিভাগে বিদ্যালয় সমূহত