কলিয়াবৰত ম’বাইল পাৱাৰ-বেংক বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড! ম’বাইল ফোন চাৰ্জ দি থকাৰ সময়তে বিস্ফোৰণ…
ম’বাইল ফোনটো চাৰ্জত দি থকাৰ সময়তে পাৱাৰ-বেংক ব্লাষ্ট হৈ বৈদ্যুতিক তাঁৰত লাগে জুই। অগ্নিকাণ্ডৰ ফলত আই-ফোন, পাৱাৰ-বেংক, লেপটপ¸ জৰুৰী নথি-পত্ৰ জুইত জাহ যায়।
01
বৃহস্পতিবাৰে নিশা কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…