ডিফুত ছেৰিকালচাৰেল বিভাগৰ ছীড প্ৰছেচিং ইউনিটৰ শুভ উদ্ধোধন কাকৰ ইএম কাচে ৰংপিপিৰ
ডিফুত ছেৰিকালচাৰেল বিভাগৰ ছীড প্ৰছেচিং ইউনিটৰ শুভ উদ্ধোধন কাকৰ ইএম কাচে ৰংপিপিৰ
শুকুৰবাৰে দিনৰ ১ বজাত ডিফু ছেৰিকালচাৰেল বিভাগৰ মুখ্য কাৰ্যালয়ত ছীড প্ৰছেচিং ইউনিটৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম কাচে ৰংপিপীয়ে ৷ ইএম গৰাকীৰ সৈতে চিণ্ঠং পৰিষদীয় সমষ্টিৰ এমএচি অভিজিত ক্ৰ’ উপস্থিত থাকে ৷ উক্ত ছীড প্ৰছেচিং ইউনিটৰ জৰিয়তে শিপিনী সকলে বোৱা-কটাৰ সুবিধা লাভ কৰিব পাৰবি বুলি ছেৰিকালচাৰেল বিভাগৰ EXTENSION অফিছাৰ জগত ৰাভাই সাংবাদিকক জানিবলৈ দিয়ে ৷