বিয়াৰ বতৰত সুখবৰ! হ্ৰাস পালে সোণৰ মূল্য, সোণ ক্ৰয়ৰ বাবে সুবৰ্ণ সুযোগ

0

বজাৰ বিশেষজ্ঞসকলৰ মতে, ২০২৫ চনত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাব। বৰ্তমান গুৱাহাটীত ৮ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৬৫,৮৮০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ৬৮,১৬৮ টকা।

News18 Assam

বিয়াৰ বতৰ এটা ভাল খবৰ। আপোনাৰ যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে, তেন্তে এই খবৰে আপোনাৰ উৎফুল্লিত কৰিব।

বজাৰ বিশেষজ্ঞসকলৰ মতে, ২০২৫ চনত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাব। আনফালে বৰ্তমান সময়ত স্বাভাৱিকতে সোণৰ চাহিদা অধিক হ’ব।

News18 Assam

বিশেষজ্ঞসকলে কয় যে অহা কেইমাহমানৰ ভিতৰত সোণৰ চাহিদা বৃদ্ধি পাব। ইয়াৰ ফলত সোণৰ মূল্যত ডাঙৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

আজি গুৱাহাটীত ৮ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৬৫,৮৮০ টকা। আনফালে ৮ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৬৮,১৬৮ টকা।

News18 Assam

Moneycontrolৰ মতে ৮ গ্ৰাম ২২ কেৰেট সোণত ৯৬০ হ্ৰাস পাইছে। আনফালে ৮ গ্ৰাম ২৪ কেৰেট সোণত ১,০০৮ টকা হ্ৰাস পাইছে।

Leave A Reply

Your email address will not be published.