বুধবাৰে উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ ৫ শ্ৰমিকৰ মৃতদেহ, চিনাক্ত হোৱা নাই মৃতদেহকেইটা

0

উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে পাঁচটা মৃতদেহ। ডেৰমাহৰ অন্তত NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা।

01

News18 Assam

উমৰাংছ’ৰ কয়লাখনিত এটাৰ পিছত আনটো মৃতদেহ উদ্ধাৰ হৈছে বুধবাৰে। এটা দুটাকৈ আজিৰ দিনটোতে ওলাল ৫ শ্ৰমিকৰ মৃতদেহ।

02

ডেৰ মাহৰ অন্তত আজি NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা। ৪ জানুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ উদ্ধাৰ ৯টা মৃতদেহ।

03

News18 Assam

উমৰাংছ’ মৃত্যুগহ্বৰত ৪৪ দিনধৰি চলি আছিল উদ্ধাৰ অভিযান।

04

আজি উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহকেইটা বৰ্তমানলৈকে হোৱা নাই চিনাক্ত।

05

News18 Assam

এই তথ্য ‘এক্স’যোগে সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.