শিৱৰাত্ৰিৰ দিনা মনোবাঞ্ছা পূৰণ হ’ব এই চাৰি ৰাশিৰ লোকসকলৰ, কাৰ ভাগ্যত আছে সোণালী সুযোগ?
শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ দিন বুলি ধৰা হয়। বিশ্বাসমতে, এই দিনটোত ভক্তিভাৱেৰে পূজা কৰিলে শিৱ ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি পালন কৰা হয়।
01

শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ দিন বুলি ধৰা হয়। বিশ্বাসমতে, এই দিনটোত ভক্তিভাৱেৰে পূজা কৰিলে শিৱ ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি পালন কৰা হয়। এই বছৰ ২৬ ফেব্ৰুৱাৰীত পালন কৰা হ’ব মহা শিৱৰাত্ৰি। (প্ৰতীকী ফটো)
02
প্ৰতি বছৰে ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয় মহাশিৱৰাত্ৰি। (প্ৰতীকী ফটো)
03

মেষ ৰাশি : মেষ ৰাশিৰ একাদশ ঘৰত বুধ উদয় হ’ব। এই সময়ত আপুনি সকলো বিবাদৰ পৰা মুক্তি পাব। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। বেতন বৃদ্ধি পাব। চাকৰিত পদোন্নতি হ’ব পাৰে। (প্ৰতীকী ফটো)
04
মিথুন ৰাশি : মিথুন ৰাশিৰ নৱম ঘৰত বুধ উদয় হ’ব। ঘৰৰ পৰিৱেশ ইতিবাচক হৈ উঠিব। ভগৱান শিৱ আৰু ভগৱান বুধৰ আশীৰ্বাদে সকলো বিবাদৰ অৱসান ঘটাব। ভাগ্য আপোনাৰ কাষত থাকিব। (প্ৰতীকী ফটো)
05

সিংহ ৰাশি : সিংহ ৰাশিৰ সপ্তম ঘৰত বুধৰ উদয় হ’ব। আৰ্থিক সমস্যাৰ অৱসান হ’ব। এই সময়ত বিনিয়োগত লাভৰ বন্যা ব’ব। আপুনি ধন সঞ্চয় কৰাত সফল হ’ব। ব্যৱসায়ত লাভ হ’ব। (প্ৰতীকী ফটো)
06
Disclaimer: উপৰোক্ত বিষয়বোৰ মানিবলৈ News18 অসমে বাধ্য বা অনুৰোধ নকৰে, নিজৰ বিচাৰ বুদ্ধিৰ সহযোগত সিদ্ধান্ত লওক। (প্ৰতীকী ফটো)