দেওবাৰে গুৱাহাটীত পুনৰ ফাটিল পানীৰ পাইপ, জলমগ্ন হৈ পৰে অঞ্চলটো: কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ

0

বহু সময় ধৰি পানীৰ অপব্যয় হোৱাৰ পাছতো উপস্থিত নহ’ল বিভাগীয় লোক।

01

News18 Assam

মহানগৰীৰ পুনৰ জল বিস্ফোৰণ সংঘটিত হৈছে।

02

দেওবাৰে নিশা বৰবাৰীত ফাটিল পানীৰ পাইপ।

03

News18 Assam

পানীৰ পাইপ ফাটি ক্ষতিসাধন হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ।

04

পানীৰ পাইপ ফাটি যোৱাৰ ফলত নিমিষতে জলমগ্ন হৈ পৰে অঞ্চলটো।

05

News18 Assam

বহু সময় ধৰি পানীৰ অপব্যয় হোৱাৰ পাছতো উপস্থিত নহ’ল বিভাগীয় লোক।

Leave A Reply

Your email address will not be published.