মাজনিশা প্ৰায় আঢ়ৈ বাজিছিল তেতিয়া, হঠাৎ সকলোৰে মাজত লাগিল হাহাকাৰ! তাৰপিছত…

0

মাজনিশা প্ৰায়বোৰ লোকে শুই। অৱশ্যে মহাশিৱৰাত্ৰিৰ বাবে বহু লোকে নিশাও মহাদেৱৰ আৰধানাত ব্যস্ত আছিল। সময় তেতিয়া ২ বাজি ২৫ মিনিট। হঠাৎ কঁপি উঠিল ধৰিত্ৰী।

01

News18 Assam

মাজনিশা প্ৰায়বোৰ লোকে শুই। অৱশ্যে মহাশিৱৰাত্ৰিৰ বাবে বহু লোকে নিশাও মহাদেৱৰ আৰধানাত ব্যস্ত আছিল। সময় তেতিয়া ২ বাজি ২৫ মিনিট। হঠাৎ কঁপি উঠিল ধৰিত্ৰী।

02

মাজ নিশা ৰাজ্যজুৰি লাগিল হাহাকাৰ। ঘৰৰ ভিতৰত পৰা কোনো ওলাই আহিল বাহিৰলৈ। মুঠতে মাজনিশা স্তম্ভিত হৈ পৰিল সকলো।

03

News18 Assam

নিশা ২ বাজি ২৫ মিনিট ভূমিকম্পই জোকাৰিলে সমগ্ৰ ৰাজ্য। কেৱল অসম নহয়, ভূটান, বাংলাদেশ, চীনটো অনুভূত হ’ল জোকাৰণি। উত্তৰ-পূবৰ মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ডত অনুভূত জোকাৰণি।

04

পৰৱৰ্তী সময়ত National Center for Seismologyএ জনোৱা অনুসৰি ভূমিকম্পৰ উৎপত্তিস্থল অসমৰ মৰিগাঁও। মৰিগাঁও জিলাত ভূপৃষ্ঠৰ পৰা ১৬ কিলোমিটাৰ গভীৰতা উৎপত্তি হয় ভূমিকম্প।

05

News18 Assam

ভূমিকম্পৰ প্ৰাবল্য ৫ ৰিখাটাৰ বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ উত্তৰপূৰ্বাঞ্চত বৃদ্ধি পাইছে ভূমিকম্প।

06

২৫ ফেব্ৰুৱাৰীত মেঘালয়ৰ পশ্চিম খাচী পাহাৰ আৰু মণিপুৰৰ উৎপত্তি হৈছিল দুটাকৈ ভূমিকম্প। ১৫ ফেব্ৰুৱাৰীত অসমৰ কাৰ্বি আংলঙতো উৎপত্তি হৈছিল এটি ভূমিকম্প।

Leave A Reply

Your email address will not be published.