কলিয়াবৰত ম’বাইল পাৱাৰ-বেংক বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড! ম’বাইল ফোন চাৰ্জ দি থকাৰ সময়তে বিস্ফোৰণ ঘটি বাসগৃহত লাগিল জুই

0

ম’বাইল ফোনটো চাৰ্জত দি থকাৰ সময়তে পাৱাৰ-বেংক ব্লাষ্ট হৈ বৈদ্যুতিক তাঁৰত লাগে জুই। অগ্নিকাণ্ডৰ ফলত আই-ফোন, পাৱাৰ-বেংক, লেপটপ¸ জৰুৰী নথি-পত্ৰ জুইত জাহ যায়।

01

News18 Assam

বৃহস্পতিবাৰে নিশা কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ম’বাইল ফোনৰ পাৱাৰ-বেংক বিস্ফোৰণ হৈ সংঘটিত হয় অগ্নিকাণ্ড।

02

কলিয়াবৰ শান্তিপুৰৰ দীপ হাজৰিকাৰ ঘৰত সংঘটিত হয় এই ঘটনা। দীপ হাজৰিকাৰ পুত্ৰ দেৱাশীষৰ ম’বাইলৰ পাৱাৰ-বেংক ব্লাষ্ট হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে।

03

News18 Assam

ম’বাইল ফোনটো চাৰ্জত দি থকাৰ সময়তে পাৱাৰ-বেংক ব্লাষ্ট হৈ বৈদ্যুতিক তাঁৰত লাগে জুই। অগ্নিকাণ্ডৰ ফলত আই-ফোন, পাৱাৰ-বেংক, লেপটপ¸ জৰুৰী নথি-পত্ৰ জুইত জাহ যায়।

04

কথমপি প্ৰাণ ৰক্ষা পৰে দীপ হাজৰিকাৰ পৰিয়ালটোৰ। বাসগৃহৰ আন আন প্ৰান্তলৈও জুই বিস্তাৰিত হয়।

05

News18 Assam

অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰিলে। কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে নিৰ্বাপিত কৰে জুই।

Leave A Reply

Your email address will not be published.